Top
Begin typing your search above and press return to search.

প্ৰসংগঃঅসম মীন উন্নয়ন নিগম লিমিটেডঃ প্ৰশাসনলৈ প্ৰশ্ন বিভাগৰ

প্ৰসংগঃঅসম মীন উন্নয়ন নিগম লিমিটেডঃ প্ৰশাসনলৈ প্ৰশ্ন বিভাগৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 May 2019 7:35 AM GMT

প্ৰশাসনলৈ অসম মীন উন্নয়ন নিগম লিমিটেডৰ এক প্ৰশ্ন যে, ৰাজ্যত বেদখলকাৰী সকলৰ পৰা ভূমি মুক্ত কৰিবৰ কাৰণে ১৮৭ খন বিলৰ ক্ষেত্ৰত কি পদক্ষেপ হাতত ল’ব ? ইফালে, ৰাজ্যত ১৮৭ বিলক বেদলকাৰীসকলৰ পৰা মুক্ত কৰাৰ কাৰণে প্ৰশাসনে কোনো অভিযান হাতত লোৱা নাই ৷

অসম মীন উন্নয়ন নিগম লিমিটেডৰ এক বিশেষ তথ্য অনুসৰি কৰ্প’ৰেশ্যনৰ অধীনত ৰক্ষণাবেক্ষনৰ কাৰণে ১২,০১৬,৪৬ হেক্টৰ ভূমিৰ আওতাত ১৮৭ খন বিল বিভাগটোক হস্তান্তৰ কৰিছে ৷ ইয়াৰে ২৮ খন বিলেৰে নগাওঁত আছে সকলোতকৈ অধিক বিল ৷ ধুবুৰীত আছে ২৫খন,মৰিগাঁৱত ২২ খন,কাছাৰত ১৮ খন, গোলাঘাটত ১৩,বৰপেটাত ১২,কৰীমগঞ্জত আছে ১১ খন বিল ৷

অৱশ্যে ধুবুৰী,বৰপেটা,নগাঁও, মৰিগাঁও, আৰু বৰাক ভেলীত অধিকাংশ বিলৰ ভূমিত ৷ অসম মীন উন্নয়ন নিগম লিমিটেডৰ এক বিশেষ সূত্ৰৰ অনুসৰি ১৮৭ খন বিল ৰাজ্যৰ মৎসৰ উৎপাদন বৃদ্ধিৰ কৰিবৰ কাৰণে কৰ্প’ৰেশ্যনক হস্তান্তৰ কৰা হৈছিল ৷ ২০১৯ চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰীত এই সন্দৰ্ভত উপায়ুক্তলৈ এখন পত্ৰ লিখে আৰু তেওঁক অনুৰোধ কৰে যে এই ক্ষেত্ৰত এক পদক্ষেপ গ্ৰহণ কৰে ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story