প্ৰসংগঃঅসম মীন উন্নয়ন নিগম লিমিটেডঃ প্ৰশাসনলৈ প্ৰশ্ন বিভাগৰ

প্ৰশাসনলৈ অসম মীন উন্নয়ন নিগম লিমিটেডৰ এক প্ৰশ্ন যে, ৰাজ্যত বেদখলকাৰী সকলৰ পৰা ভূমি মুক্ত কৰিবৰ কাৰণে ১৮৭ খন বিলৰ ক্ষেত্ৰত কি পদক্ষেপ হাতত ল’ব ? ইফালে, ৰাজ্যত ১৮৭ বিলক বেদলকাৰীসকলৰ পৰা মুক্ত কৰাৰ কাৰণে প্ৰশাসনে কোনো অভিযান হাতত লোৱা নাই ৷
অসম মীন উন্নয়ন নিগম লিমিটেডৰ এক বিশেষ তথ্য অনুসৰি কৰ্প’ৰেশ্যনৰ অধীনত ৰক্ষণাবেক্ষনৰ কাৰণে ১২,০১৬,৪৬ হেক্টৰ ভূমিৰ আওতাত ১৮৭ খন বিল বিভাগটোক হস্তান্তৰ কৰিছে ৷ ইয়াৰে ২৮ খন বিলেৰে নগাওঁত আছে সকলোতকৈ অধিক বিল ৷ ধুবুৰীত আছে ২৫খন,মৰিগাঁৱত ২২ খন,কাছাৰত ১৮ খন, গোলাঘাটত ১৩,বৰপেটাত ১২,কৰীমগঞ্জত আছে ১১ খন বিল ৷
অৱশ্যে ধুবুৰী,বৰপেটা,নগাঁও, মৰিগাঁও, আৰু বৰাক ভেলীত অধিকাংশ বিলৰ ভূমিত ৷ অসম মীন উন্নয়ন নিগম লিমিটেডৰ এক বিশেষ সূত্ৰৰ অনুসৰি ১৮৭ খন বিল ৰাজ্যৰ মৎসৰ উৎপাদন বৃদ্ধিৰ কৰিবৰ কাৰণে কৰ্প’ৰেশ্যনক হস্তান্তৰ কৰা হৈছিল ৷ ২০১৯ চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰীত এই সন্দৰ্ভত উপায়ুক্তলৈ এখন পত্ৰ লিখে আৰু তেওঁক অনুৰোধ কৰে যে এই ক্ষেত্ৰত এক পদক্ষেপ গ্ৰহণ কৰে ৷
অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি