এখন ফৰমেলিন ভৰ্তি পঞ্জীয়ন কৰা ডব্লিউ বি-৩৭-চি-২৮৮৬ নম্বৰৰ ট্ৰাক খন শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ মিটং দলংত যোৱা শুক্ৰবাৰে পুৱা দূৰ্ঘটনা পতিত হয় ।দূৰ্ঘটনা সংঘটিত হোৱাৰ প্ৰধান কাৰন ষ্টেৰিং বিফল হোৱা বুলি ট্ৰাক চালক জনৰ পৰা জানিব পৰা গৈছে ।ট্ৰাক খনে নামৰূপৰ পৰা পশ্চিম বেংগলৰ পৰা ২৫টন ফৰমেলিন কঢ়িয়াই আনিছিল ।
Begin typing your search above and press return to search.