Begin typing your search above and press return to search.

বিখ্যাত গঁড় চোৰাংচিকাৰীক গ্ৰেপ্তাৰ

বিখ্যাত গঁড় চোৰাংচিকাৰীক গ্ৰেপ্তাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Jun 2018 6:33 AM GMT

য়াকুব আলী নামৰ বিখ্যাত গঁড় চোৰাংচিকাৰীক যোৱা মঙল বাৰে গুৱাহাটীৰ পানবজাৰৰ মেঘদূত ভৱনৰ ওচৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ উত্তৰী ৰেঞ্জৰ যোগেদি য়াকুবক গ্ৰেপ্তাৰ কৰা হয়।এইটো বছৰৰ মে'ৰ ২৯ তাৰিখে য়াকুবে বিশ্বনাথ চাৰিআলিৰ পানপুৰত গঁড় হত্যা কৰিছিল যাৰ বাবে (NR04/18)নম্বৰ ধাৰাত য়াকুবৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছিল।

Next Story
চাকৰি