বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত আনন্দবজাৰৰ চৈতানগুৰি এমই স্কুলত বিনামূলীয়া চিকিৎসা আৰু স্বাস্থ্য শিৱিৰৰ আয়োজন কৰে । চিকিৎসা সেৱাৰ আয়োজন কৰে ১৫নং জেট ইণ্ডিয়ান আৰ্মীয়ে । স্বাস্থ্য সেৱাৰ শিৱিৰটো মুকলি কৰৰ স্থানীয় ভিচিডিচি অধ্যক্ষ সঞ্জয় বসুমতাৰীয়ে । প্ৰায় ১,১৪০গৰাকী লোকে এই বিনামূলীয়া স্বাস্থ্য সেৱাত অংশ গ্ৰহন কৰে ।ইণ্ডিয়ান আৰ্মী আৰু স্থানীয় ডাক্তৰ সকলে বিনামূলীয়াকৈ ঔষধ বিতৰন কৰে ।
Begin typing your search above and press return to search.