জলসম্পদ বিভাগৰ বিশেষ দল এটাই যোৱা শনিবাৰে নৱা নদীৰ পাৰ পৰিৰ্দশন কৰে।কলাইগাঁৱৰ অন্তৰ্গত ৰূপতালৰ ন'ৱা নদীৰ বেয়া হোৱা নদীৰ পাৰৰ খিনি জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই অতি সোনকালে মেৰামতি কৰাৰ নিৰ্দেশ প্ৰদান কৰে।
Begin typing your search above and press return to search.