Begin typing your search above and press return to search.

ব্যৱসায়ী এজনৰ গৃহ লুটপাট

ব্যৱসায়ী এজনৰ গৃহ লুটপাট

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Oct 2018 6:40 AM GMT

যোৱা শুক্ৰবাৰে নিশা চেপন দৈনিক বজাৰ এলেকাত পৰান গুপ্তা নামৰ ব্যৱসায়ী এজনৰ ঘৰত এক লুটপাটৰ ঘটনা সংঘটিত হয় । নিশা পৰিয়ালটি টোপনি গৈ থকা অৱস্থাত ৫-৬ জন মুখত কাপোৰ মেৰিয়াই লোৱা ব্যক্তি কেইজন মান লগতে চোকা অস্ত্ৰসহ নগদ ৫.৮০ লাখ টকা আৰু সোনৰ আ-অলংকাৰ লুট কৰি নিয়ে । আনহাতে,পৰিয়ালৰ সদস্য তথা ব্যৱসায়ী পৰান আৰু আন দুগৰাকী সদস্যই লুটপাট কৰাৰ ৰখোৱাব চেষ্টা কৰা সময়ত আঘাত প্ৰাপ্ত হয় । চেপন আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাটি সম্পৰ্কে তদন্ত অব্যাহত ৰাখে যদিও বৰ্তমানলৈ এজনো অভিযুক্তক আটক কৰিবলৈ সক্ষম হোৱা নাই ।

Next Story
চাকৰি