Begin typing your search above and press return to search.

বড়োলেণ্ড বিশ্ববিদ্যালয়ত বায়'টেক্টনলজিৰ প্ৰশিক্ষন

বড়োলেণ্ড বিশ্ববিদ্যালয়ত বায়টেক্টনলজিৰ প্ৰশিক্ষন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Sep 2018 6:26 AM GMT

উদালগুৰি জিলাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বড়োলেণ্ড বিশ্বিদ্যালয়ে বায়'টেক্টনলজিৰ প্ৰশিক্ষনৰ অনুষ্ঠান আয়োজন কৰে।বিদ্যালয় খনৰ অধ্যক্ষ পুষ্পধৰ বাচতলাই অনুষ্ঠান খনৰ শুভ উদ্ধোধনী কৰে আৰু বায়'টেক্টনলজি বিষয়টো ছাত্ৰ-ছাত্ৰীৰ মাজত জনজাত কৰাটোৱে অনুষ্ঠান খনৰ মুখ্য উদ্দেশ্য।বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বায়টেক্টনলজি বিভাগৰ মুৰব্বী অধ্যাপক ড° সন্দিপ দাস,গৱেষক শিৱা বড়ো আৰু ভাস্কৰ বিশ্বাই উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সকলক এই শিক্ষাৰ বিষয়ে প্ৰশিক্ষন প্ৰদান কৰে।

Next Story
চাকৰি