বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কোকাৰাঝাৰ জিলাৰ বৰমাত এখন ৩০খন বিচনাযুক্ত মডেল হস্পিতাল উদ্বোধন কৰে।ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ সহযোগত নিৰ্মান কৰা হস্পিতাল খন নিৰ্মান কৰোতে প্ৰায় ৩.৯ কোটি টকা ব্যয় হয় জানিবলৈ দিয়ে।মডেল হস্পিতাল খনৰ পৰা ৰোগী সকল উপকৃত হব বুলি মহিলাৰীয়ে সাংবাদিক সকলক জানিবলৈ দিয়ে।
Begin typing your search above and press return to search.