ভাৰতীয় ক্ৰিকেট ইতিহাসৰ সকলোতকৈ সফল অধিনায়ক জন হৈছে মহেন্দ্ৰ সিং ধোনী , নামেই যাৰ পৰিচয়। ডুবাইত অনুস্থিত হৈ থকা এছিয়া কাপত ৰোহিত শৰ্মাৰ অনুপস্থিতিত ভাৰতীয় দলক আফগানিস্তানৰ বিৰুদ্ধে পুনৰ নেতৃত্ব দিলে এম এছ ধোনীয়ে । উল্লেখযোগ্য যে ৫০ অভাৰৰ খেলত ২০০ খন খেলত অধিনায়কত্ব কৰা ধোনী হৈছে ভাৰতৰ প্ৰথম আৰু বিশ্বৰ তৃতীয় গৰাকী ক্ৰিকেটাৰ । ২০১৭ চনৰ জানুৱাৰী মাহত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলৰ অধিনায়কৰ দায়িত্ব এৰিছিল ধোনীয়ে ।
Begin typing your search above and press return to search.