ৰন্ধন গেছৰ মুল্যবৃদ্ধিয়ে মাধমাৰ কোবাইছে সাধাৰন জনতাৰ ওপৰত।ৰন্ধন চিলিণ্ডাৰ মুল্যবৃদ্ধিক লৈ অৰ্ধশতাধিক পুৰুষ–মহিলাই চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে।মঙলদৈৰ তেলীপাৰাত প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰকলৈ হায় হায়, চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰক আদি শ্লোগানেৰে উত্তাল কৰিলে ৰাজপথ।
Begin typing your search above and press return to search.