Begin typing your search above and press return to search.

মনিষ মলহোত্ৰাৰ সাজেৰে ৰেম্পত খোজ দিলে কিয়াৰা আদৱানী আৰু কাৰ্ত্তিক আৰয়ান;ফটো আৰু ভিডিঅ'

মনিষ মলহোত্ৰাৰ সাজেৰে ৰেম্পত খোজ দিলে কিয়াৰা আদৱানী আৰু কাৰ্ত্তিক আৰয়ান;ফটো আৰু ভিডিঅ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Oct 2018 11:27 AM GMT

কাপোৰৰ যাদুকৰ বুলি আখ্যা দিব পৰা তথা ডিজাইনাৰ মনিষ মলহোত্ৰাই ডিজাইন কৰা সাজ পৰিধান কৰি ৰেম্পত উজলিল হেনচম হাংক কাৰ্ত্তিক আৰয়ান আৰু কিয়াৰা আদৱানী ।প্ৰথম বাৰৰ বাবে দুয়োকে একেলে খোজ দিয়া দেখা গ'ল ৰেম্পত ।

কিয়াৰাই পৰিধান কৰিছে বগা ৰঙৰ চিমাৰ বুটামচ আৰু কাৰ্ত্তিকে চিগনেশাৰ ব্লেজাৰ সৈতে লেয়াৰ্ড কূৰ্টা । অনুষ্ঠানটিত বলীউডৰ ফেশ্বনবেল তাৰকা সকলৰ ভিতৰত 'ধড়ক' অভিনেত্ৰী জাহ্নৱী আৰু ভগ্নী খুচীও উপস্থিত আছিল । তলত ফটো প্ৰকাশ কৰা হ'ল ।

https://www.instagram.com/p/BpZI9C8g9Qj/?taken-by=kartik_aaryan.23

https://www.instagram.com/p/BpZJJgvAHxG/?taken-by=kartik_aaryan.23

https://www.instagram.com/p/BpZIvyTAt1d/?taken-by=kartik_aaryan.23

https://www.instagram.com/p/BpYTa-Hg-Ee/?taken-by=kartik_aaryan.23

https://www.instagram.com/p/BpXX4gBgcSl/?taken-by=kartik_aaryan.23

https://www.instagram.com/p/BpXUCTAgKMT/?taken-by=kartik_aaryan.23

https://www.instagram.com/p/BpXJReJgs00/?taken-by=kartik_aaryan.23

https://www.instagram.com/p/BpXJX6mAHNt/?taken-by=kartik_aaryan.23

https://www.instagram.com/p/BpXJIB8AH9j/?taken-by=kartik_aaryan.23

Next Story
চাকৰি