Begin typing your search above and press return to search.

মমতা বেনাৰ্জীৰ উচতনিমূলক মন্তব্যক নিন্দা ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদ

মমতা বেনাৰ্জীৰ উচতনিমূলক মন্তব্যক নিন্দা ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Aug 2018 10:03 AM GMT

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অসমৰ এনআৰচি সম্পৰ্কত যি উচতনিমূলক মন্তব্য কৰিছিল তাক অতি কঠোৰ ভাষাৰে নিন্দা কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ লগতে অসম গণ পৰিষদে।দোয়োটা দলেই মমতাক অসমত বসবাস কৰা অসমীয়া আৰু বঙালী লোকসকলৰ মাজত যাতে বিভাজনৰ সৃষ্টি নকৰে।ৰাজ্যৰ উদ্যোগ আৰু বানিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে এনে ধৰনৰ মন্তব্যই অতি ভয়ঙ্কৰ পৰিবেশৰ উদ্ভৱ কৰিব পাৰে লগতে অসমত থকা বঙালী লোকসকলৰ লগত অসমীয়া মানুহৰ সম্পৰ্ক হ্ৰাস পাব পাৰে।পাটোৱাৰীয়ে মমতাক এনে মন্তব্যৰ পৰা নিলগত থাকিবলৈ সকিয়নি প্ৰদান কৰে।অসম গণ পৰিষদৰ ৰাজ্যিক সভাপতি তথা ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই কয় যে অসমৰ এনআৰচি প্ৰকাশৰ বাবে অসমৰ ৰাইজৰ পৰা সমৰ্থন লাভ কৰিছো।এনে উচতনিমূলক মন্তব্যই যোগেদি বহুসংখ্যক ৰাজনৈতিক দলে অসমৰ ৰাইজক বিপৰীত ছবি এখন দিবলৈ চেষ্ঠা কৰিছে।

Next Story
চাকৰি