Begin typing your search above and press return to search.
মহানগৰীত চিআৰপিএফ জোৱানৰ আত্মহত্যা

গুৱাহাটী মহানগৰীৰ নুনমাটিস্থিত চিআৰপিএফৰ ১২৮ নং বেটেলিয়ন কেম্পত আজি পুৱা সংঘটিত হয় এক এই মৰ্মান্তিক ঘটনা ৷ নিজৰ ইনচাৰ্জ ৰাইফলৰে মূৰত গুলীয়াই আত্মহত্যা কৰে এজন চিআৰপিএফৰ এজন জোৱানে । কমল সিং নামৰ মৃত জোৱানজনৰ ঘৰ হাৰিয়ানাত বুলি জানিব পৰা গৈছে ৷ ঘটনাটো চিআৰপিএফ কৰ্তৃপক্ষই গাপ দিয়াৰ চেষ্ঠা কৰিছিল বুলি অভিযোগ উঠিছে। ঘৰুৱা কন্দলৰ বাবেই জোৱান জনে আত্মহত্যাৰ পথ বাচি ললে বুলি জানিব পৰা হৈছে ।
Next Story