গুৱাহাটী মহানগৰীৰ উলুবাৰীৰ বিকে কাকতি ৰোডৰ এইচডিএফচি বেংকৰ সমীপত ভয়াবহ অগ্নিকাণ্ডই বিভীষিকাৰ সৃষ্টি কৰিছে ।বহু কেইখন দোকান এই জুইত জাঁহ যোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।এই অগ্নিকাণ্ডৰ ফলত কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰন হোৱা বুলি জানিব পৰা গৈছে।বৰ্তমানলৈ অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও এতিয়ালৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে আৰু লগতে কোনো লোক এই অগ্নিকাণ্ডত হতাহত হোৱা নাই বুলি তথ্য পোৱা গৈছে।
Begin typing your search above and press return to search.