Top
Begin typing your search above and press return to search.

মিজোৰাম বিধান সভা নিৰ্বাচন-২০১৮ ফলাফল Live Update

মিজোৰাম বিধান সভা নিৰ্বাচন-২০১৮ ফলাফল Live Update

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Dec 2018 5:53 AM GMT

কংগ্ৰেছ মুক্ত হোৱাৰ দিশে উত্তৰ-পূৰ্বাঞ্চল। অধিকাংশ সমষ্টিতে কংগ্ৰেছৰ বিপক্ষে মিজো নেচেনেল ফ্ৰণ্টৰ ব্যাপক অগ্ৰগতি।

মুঠ আসন=40

টাৱি আৰু ৰূংটুৰজ সমষ্টিত জয়লাভ MNF প্ৰাৰ্থীৰ। ১১ বজালৈ হোৱা ভোট গণনাত ২২ খন আসনত অগ্ৰগতি লাভ কৰিছে MNF য়ে। কংগ্ৰেছে আগবাঢ়ি আছে মাত্ৰ ৭ খন আসনত। বৰ্তমানৰ মুখ্যমন্ত্ৰী লালথানহাওলাই দক্ষিণ চাম্ফোই সমষ্টিত MNF প্ৰাৰ্থীৰ হাতত পৰাস্ত। টাৱি সমষ্টিত আৰ. লালজিৰলিনাৰ জয়লাভ।

অধিক খবৰৰ বাবে পঢ়ক ব্ৰকিং নিউজ

Next Story