Begin typing your search above and press return to search.
মুখ্যমন্ত্ৰীৰ সৈতে খ্যাতি সম্পন্ন অভিনেতা আদিল হুছেইনৰ বৈঠক

যোৱা সোমবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন আদিল হুছেইন আৰু 'লান্স বক্স' ছবি খনৰ প্ৰযোজক চহনৱ আলমৰ সৈতে অসমীয় ছবি জগতৰ গভীৰ বিষয়সমূহক লৈ আলোচনাত মিলিত হৈ কয় যে অসমীয়া ছবি জগতে বৰ্তমান সময়ত এক কঠিন পৰিস্থিতিৰ সন্মুখীন হব লগা হৈছে,সেয়ে এই পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিবলৈ বিশেষ পদক্ষেপ গ্ৰহন কৰা প্ৰয়োজন।যি সময়ত বহুতো লোকে অসমৰ বাহিৰত চেলুলয়ড জগতত যথেষ্ট সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে,সেই সময়তে ৰাজ্য খনৰ ভিতৰত ছবি জগতে উপযুক্ত আন্তঃগাঠঁনি আৰু পৃষ্ঠপোষকতাৰ অভাৱত দূৰ্যোগৰ সন্মুখীন হব লগা হৈছে।
Next Story