Begin typing your search above and press return to search.

লুকা মৰ্ডিকৰ দখলত ফিফাৰ 'বৰ্ষশ্ৰেষ্ঠ পুৰুষ খেলুৱৈ'ৰ খিতাপ

লুকা মৰ্ডিকৰ দখলত ফিফাৰ বৰ্ষশ্ৰেষ্ঠ পুৰুষ খেলুৱৈৰ খিতাপ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Sep 2018 12:27 PM GMT

ৰাচিয়াত অনুস্থিত হৈ যোৱা ফিফা বিশ্বকাপৰ ৰানাৰ্চ আপ ক্ৰোয়েচিয়াৰ অধিনায়ক তথা ৰিয়েল মাদ্ৰিদৰ তাৰকাখেলুৱৈ লুকা মৰ্ডিকে লাভ কৰিছে ফিফাৰ বৰ্ষশ্ৰেষ্ঠ পুৰুষ খেলুৱৈৰ খিতাপ। ইজিপ্তৰ অধিনায়ক তথা লিভাৰপুৰৰ তাৰকা খেলুৱৈ চালাহলৈ বৰ্ষশ্ৰেষ্ঠ গ'ল দাতাৰ সন্মান , ফ্ৰান্সৰ প্ৰশিক্ষক ডিডিয়াৰ ডেচচেম্পছলৈ শ্ৰেষ্ঠ প্ৰশিক্ষকৰ বটাঁ , বেলজিয়ামৰ শ্ৰেষ্ঠ গ'লৰক্ষক থিবাউট কাৰটিয়াছলৈ শ্ৰেষ্ঠ গ'লৰক্ষকৰ বটাঁ আৰু ব্ৰাজিলৰ মাৰতা লৈ ফিফাৰ 'বৰ্ষশ্ৰেষ্ঠ মহিলা খেলুৱৈ'ৰ সন্মান আগবঢ়োৱা হয়।

Next Story