শনিবাৰে ঘোষণা কৰা হব উচ্চতৰ মাধ্যমিকৰ ফলাফল

২৫ মেত ঘোষণা কৰা হব উচ্চ মাধ্যমিকৰ ফলাফল । কাইলৈ পুৱা ৯ বজাত ঘোষণা কৰা হব ফলাফল । ফলাফল সমূহ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ৱেবচাইট সমূহত উপলব্ধ হব বুলি প্ৰকাশ কৰে সম্পাদক কমল গগৈয়ে ।
এইবাৰ মুঠ ২,৪২,৮৪৩ শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল ।ইয়াৰে ১,৮৬,১৮৭ পৰীক্ষাৰ্থী কলা শাখাৰ, ৩৭,৪৫৫ গৰাকী পৰীক্ষাৰ্থী বিঞ্জান শাখাৰ আৰু ১৮,৯১০ পৰীক্ষাৰ্থী বাণিজ্য শাখাৰ।
২৫ মে’ত পুৱা ৯ বজাত প্ৰকাশ পাব ফলাফল সমুহ। বহুকেইটা ৱেবচাইটৰ জৰিয়তে ফলাফল লাভ কৰিব পৰীক্ষাৰ্থীয়ে । এচ এম এচৰ জৰিয়তেও লাভ কৰিব পাৰিব ফলাফল সমুহ।
কেইবাটাও ৱেবছাইটতো উপলব্ধ হ’ব ফলাফল| ৱেবচাইট কেইটা হল
www.hsinfo.in,
wwwahsec.nic.in,
www.indiaResults.com
www.knowyourresult.com,
www.ExamResult.net,
www.resultd.shiksha,
www.exametc.com
www.schools9.com,
www.jagranjosh.com
httpp://resultsamarujala.com,
www.assamresult.in
www.iResults.net,
আৰু www.EduAssam.com|
ফলাফল লাভ কৰিব উপলব্ধ নামৰ মোবাইল এপৰ জৰিয়তেও|
অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি