শিলচৰৰ জয়পুৰ আৰক্ষী চকী অন্তৰ্গত কামৰঙা অঞ্চলৰ নিবাসী ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত জোৱান এল কুলমোহন সিংহা নামৰ ৫ বছৰীয়া লোকজনক টলেনগ্ৰাম গাঁওৰ নাবালিকা এগৰাকীক ধৰ্ষণৰ অভিযুক্তত শিলচৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰন কৰিছে।অভিযুক্ত লোকজনে নাবালিকা গৰাকীক ফুৰাবলৈ নিয়াৰ চলেৰে লংপৌৰ এডোখৰ নিৰ্জন ঠাইত ধৰ্ষণ কৰে।লক্ষীপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আনোৱাৰ হোচেইন চৌধুৰী ঘটনাস্থলিত উপস্থিত হৈ নাবালিকা গৰাকীক নৰপিষাসটোৱে হত্যা কৰাৰ পৰা ৰক্ষা কৰে।
Begin typing your search above and press return to search.