গ্ৰেনেড বিস্ফোৰণৰ ফলত নিহত এজন আৰু এজন লোক।নিহতজনক এতিয়ালৈ চিনাক্ত কৰিব পৰা হোৱা নাই।কমল আগৰৱালা নামৰ ব্যাক্তি এজনৰ দোকানত সংঘটিত হৈছিল এই বিস্ফোৰণৰ ঘটনা।কমল আগৰৱালাৰ অৱস্থা যথেষ্ট সংকটজনক। আহত লোকজনক হাস্পতাললৈ প্ৰেৰণ
কৰা হৈছে।পূৰ্বেও আলফাই কমল আগৰলাক ধন দাবী কৰিছিল।এই পৰ্যন্ত কোনো সংগঠনে বিস্ফোৰণৰ দায়িত্ব গ্ৰহণ কৰা নাই।