গুৱাহাটী মহানগৰীৰ বশিষ্ঠ চাৰিআলি নিবাসী স্বৰ্গীয় হৰেস্বৰ গোস্বামীৰ পুত্ৰ সামাজিক আৰু সাস্কৃতিক কৰ্মী প্ৰশান্ত গোস্বামীৰ মৃত্যু ঘটিছে ।আজি ৰাতিপুৱা নয়দাত থকা পুত্ৰৰ ঘৰতে শেষ নিশ্বাস ত্যাগ কৰে বুলি জানিব পৰা গৈছে । গোস্বামী বহুকেইটা সামাজিক আৰু সাস্কৃতিক অনুস্থানৰ লগত জড়িত হৈ আছিল । গোস্বামীয়ে পত্নী, দুজন পুত্ৰৰ লগতে অসংখ্য আত্মীয়ক এৰি থৈ গৈছে।
Begin typing your search above and press return to search.