Begin typing your search above and press return to search.

সোণাৰিৰ ভজোত পথ দূৰ্ঘটনা

সোণাৰিৰ ভজোত পথ দূৰ্ঘটনা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 Sep 2018 1:40 PM GMT

ৰাজ্যিক গড়কাপ্তানি বিভাগৰ মন্ত্ৰী তপন কুমাৰ গগৈৰ সমষ্টিত পথৰ দুৰৱস্থা ।লুটি খালে অবৈধ বালি ভৰ্তি ডাম্পাৰ । আবদ্ধ ছাত্র ছাত্ৰীৰ লগতে বহু লোক আৰু যান-বাহন।ব‍্যাহত সোণাৰি মৰাণ যাতায়ত । গড়কাপ্তানী পথছোৱা ইমানেই জৰাজীৰ্ণ যে যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভূগিছে অঞ্চলবাসীয়ে । পৰিৱৰ্তনকামী চৰকাৰখনে এই জৰাজীৰ্ণ পথৰ দুৰৱস্থাৰ পৰিৱৰ্তন আনিব বুলি ৰাইজে আশা কৰিছিল যদিও সেইয়া ফুটুকাৰ ফেনতহে পৰিণত হল ।

Next Story
চাকৰি