৭২সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ সময়ত হাফলংৰ তথ্য আৰু জনসম্পৰ্ক বিভাগৰ অধীনত প্ৰকাশিত হোৱা উত্তৰ কাছাৰ পাহাৰীয়া স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য দেৱলাল গৰলচাই বন্দনা থাওসেনৰ "হিষ্ট্ৰী অফ দ্যা ডিমাছ আৰু আদাৰ ৰাইটিংচ অৱ এছ আৰ থাওসেন" আৰু ৰামদিনা লালচিমৰ "এ ব্ৰিফ একাউণ্ট অৱ দ্যা ট্ৰাইবচ অৱ ডিমা হাছাও অসম" নামৰ কিতাপ দুখন যোৱা বুধবাৰে উন্মোচন কৰে।
লেখিকা বন্দনা থাওসেনৰ নাতিনী এছ আৰ থাওসেনৰ "হিষ্ট্ৰী অফ দ্যা ডিমাছ আৰু আদাৰ ৰাইটিংচ অৱ এছ আৰ থাওসেন"ৰ লিখনি সমূহ সোনাৰাম থাওসেনৰ পৰা সংগ্ৰহ কৰিছে।