Begin typing your search above and press return to search.
“হিস্কী”ছবিৰ বাবে বিশেষ বটাঁ পাবলৈ সক্ষম হ’ল ৰানী মুখাৰ্জী

ৰানী মুখাৰ্জীয়ে এক বিশেষ অভিনয়ৰ মাজেৰে দৰ্শকৰ মন মোহিবলৈ সক্ষম হ'ল এই বছৰটিত। চাৰি বছৰৰ পিছত এই ছবি খনৰ জৰিয়তে ডাঙৰ পৰ্দাত ভুমকি মাৰিলে ৰানীয়ে।ছবি খনত ৰানীয়ে এগৰাকী স্কুল শিক্ষয়ত্ৰীৰ যিয়ে টোৰেত চিনড্ৰমত ভুগি সমাজৰ লগত কেনেদৰে যুঁজ দিছিল সেই বিষয়ত এক ব্যতিক্ৰমী চৰিত্ৰত অভিনয় কৰিছিল।ছবি "হিস্কী"ৰ বাবে ৰানীয়ে প্ৰথমবাৰৰ বাবে মেলবৰ্নত অনুষ্ঠিত হোৱা ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয়।
Next Story