Begin typing your search above and press return to search.
১৫নং ৰাষ্ট্ৰীয় ঘাইপথত বাৰ্নিং বাছ

১৫নং ৰাষ্ট্ৰীয় ঘাইপথত বাৰ্নিং বাছ দাউ দাউ কৈ জ্বলিল তেজপুৰৰ পৰা গুৱাহাটী অভিমুখি শিৱ শংকৰ নামৰ বাছখন। ১.৩০ বজাত ওৰাঙৰ জোৰাদিয়াত সংঘটিত হৈছে এই ঘটনা।কথমপি প্ৰাণ ৰক্ষা পৰিছে যাত্ৰী সকলৰ ।যান্ত্ৰিক বিজুতিৰ ফলতেই অগ্নি কাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ ।অগ্নিনিৰ্ব্বাপক বাহিনীয়ে তৎপৰতাৰে অগ্নি নিৰ্ব্বাপন কৰিবলৈ সক্ষম হয়।
Next Story