উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান । ৫ জনীয়া বিচাৰপীঠে খাৰিজ কৰিলে ভাৰতীয় দণ্ডবিধি আইনৰ ৪৯৭ নং ধাৰা । উল্লেখ্য যে এতিয়াৰ পৰা বৈধ হ'ব এগৰাকী বিবাহিত মহিলাৰ পৰপৰুষৰ সৈতে ইচ্ছাকৃত ভাৱে স্থাপন কৰা সম্বন্ধ । পত্নী তেওঁৰ স্বামীৰ সম্পত্তি নহয়’, ’পুৰুষ আৰু মহিলাৰ মাজত বিভেদ সৃষ্টি কৰা এই আইন দেশৰ সংবিধানৰ পৰিপন্থী’ : উচ্চতম ন্যায়ালয়।
Begin typing your search above and press return to search.