Begin typing your search above and press return to search.

ৰাজ্যত সম্প্ৰতি পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনৰ ঢৌ

ৰাজ্যত সম্প্ৰতি পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনৰ ঢৌ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Dec 2018 7:27 AM GMT

ৰাজ্যত সম্প্ৰতি পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনৰ ঢৌ ৷ নগাঁওৰ গদাইমাৰী গাওঁ পঞ্চায়তৰ সভাপতি পদৰ নিৰ্দলীয় প্ৰাৰ্থী মোজাম্মিল হক ফকিৰৰ জয়লাভ ৷ আঞ্চলিক পঞ্চায়ত সদস্য পদতো জয়ী হৈছে নিৰ্দলীয় প্ৰাৰ্থী ইব্ৰাহীম খলিল উল্লাহ ৷ মৰাণ সমষ্টিৰ ৪ খন জিলা পৰিষদৰ আটাইকেইখনতে বিজেপিৰ দখলত ৷ ১৬ খন গাঁও পঞ্চায়তৰ ১৪ খনত বিজয়ী হৈছ বিজেপি প্ৰাৰ্থী ৷১৬ টা আঞ্চলিক পঞ্চায়তৰ আটাইকেইটাত বিজেপিৰ দখলত ৷ আনহাতি দুখন গাঁও পঞ্চায়তৰ সভাপতি পদত কংগ্ৰেছা প্ৰাৰ্থীয়ে জয়লাভ কৰিবলৈ সক্ষম হয় ৷ ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলীৰ গৃহ সমষ্টি তথা গৃহ পঞ্চায়ত টিপলিং পঞ্চায়তত বিজেপিৰ পৰাজয় ৷সভাপতি পদত কংগ্ৰেছৰ ৰূপান্তৰ দত্ত আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদত অচিত দাস জয়ী ৷ হাইলাকান্দিৰ মাটিজুৰি পাইকান জিলা পৰিষদত বিজেপি প্ৰাৰ্থী ছাৰিনা ইয়াছমিন মজুমদাৰ জয়লাভ ৷ ৫৫০ ভোটৰ ব্যৱধানত AIUDF প্ৰাৰ্থী ছালেহা ইয়াছমিন মাঝাৰ ভূঞাক পৰাজিত কৰিছে মজুমদাৰে ৷

অধিক খবৰৰ বাবে পঢ়ক ব্ৰেকিং নিউজ

Next Story