Top
Begin typing your search above and press return to search.

ৰাতিপুৱাৰ খহনীয়াৰ পিছত ৰাজস্থানত সামান্য উন্নত বিজেপিৰ অৱস্থা

ৰাতিপুৱাৰ খহনীয়াৰ পিছত ৰাজস্থানত সামান্য উন্নত বিজেপিৰ অৱস্থা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Dec 2018 8:10 AM GMT

ৰাতিপুৱাৰ খহনীয়াৰ পিছত ৰাজস্থানত সামান্য উন্নত বিজেপিৰ অৱস্থা। ভাৰতীয় নিৰ্বাচন আয়ুক্তৰ ৱেব ছাইটত প্ৰকাশ পোৱা সেহতীয়া তথ্য অনুসৰি- কংগ্ৰেছে ৯৫ খন আসনত অগ্ৰগতি লাভ কৰি আছে। বিজেপিয়ে ১ খন আসনত জয়লাভ কৰাৰ লগতে ৭৬ খন আসনত অগ্ৰগতি লাভ কৰি আছে। অন্যান্য দল সমূহে ২৫ খন আসনত অগ্ৰগতি লাভ কৰি আছে।

অধিক খবৰৰ বাবে পঢ়ক: ব্ৰেকিং নিউজ

Next Story