Begin typing your search above and press return to search.

ৰাষ্ট্ৰীয় বাণিজ্য সন্মিলন আয়োজন

ৰাষ্ট্ৰীয় বাণিজ্য সন্মিলন আয়োজন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 July 2018 6:55 AM GMT

তিনিদিনীয়া ৰাষ্ট্ৰীয় বাণিজ্য সন্মিলন।"ৰাষ্ট্ৰীয় ব্যাপাৰি মহাধিবেশ্যন"সংগঠনে 'কনফাৰদ্যাৰেশ্বন অল ইণ্ডিয়া ট্ৰেডাৰ্চ'ৰ জৰিয়তে তিনিদিনীয়া কাৰ্য্যসূচীৰে দিল্লীত ২৩জুলাইৰ পৰা ২৫জুলাইলৈ আয়োজন কৰে ৰাষ্ট্ৰীয় বাণিজ্যক সন্মিলন।এই সন্মিলনৰ জৰিয়তে ফিল্পকাৰ্ট আৰু ৱালমাৰ্টৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ লগতে জি এছ টি তথা দ্ৰব্যৰ দৰ সহজ কৰিবলৈ,ব্যক্তিগত কৰ গুচাবলৈ,ব্যৱসায়ী সকলৰ পেঞ্চন আদিক লৈ দাবী জনায়।যোৱা সোমবাৰে সন্মিলনৰ উদ্ধোধনী কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে।ইয়াৰ উপৰিও সন্মিলন খনত অসম চেম্বাৰ কমাৰ্চৰ ৫০জন সদস্যই আগভাগ লোৱাৰ উপৰিও, ৰাজ্যিক অধক্ষ্যৰ লগতে চিএআইটিৰ ৰাষ্ট্ৰীয় উপাধক্ষ্য ৰূপম গোস্বামীয়েও এই সন্মিলনত অংশ-গ্ৰহন কৰিছিল।

Next Story
চাকৰি