Top
Begin typing your search above and press return to search.

ৰাষ্ট্ৰীয় ৰেকৰ্ড ভংগ কৰি হিমা ফাইনেলত

ৰাষ্ট্ৰীয় ৰেকৰ্ড ভংগ কৰি হিমা ফাইনেলত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Aug 2018 7:01 AM GMT

ইণ্ডোনেছিয়াৰ জাকাৰ্টাত চলি থকা এছিয়ান গেমছত অসম সন্তান ধিং এক্সপ্ৰেছ খ্যাত হিমা দাসে ১৪ বছৰীয়া পুৰনি ৰাষ্ট্ৰীয় ৰেকৰ্ড ভংগ কৰি ৪০০ মিটাৰ দৌৰৰ ফাইনেলত প্ৰৱেশ কৰিছে।ছেমিফাইনেলত তাৰকা দৌৰবিদ গৰাকীয়ে ৫১.০০ ছেকেণ্ডেৰে দৌৰ সমাপ্তি কৰি দ্বিতীয় স্থান অধিকাৰ কৰে।৫০.৮৬ ছেকেণ্ডেৰে প্ৰথম স্থান অধিকাৰ কৰে বাহৰেনৰ চালৱা নেচাৰে।দেওবাৰে সন্ধিয়া ৪০০ মিটাৰৰ ফাইনেল খন অনুস্থিত হব।অসমৰ লগতে সমগ্ৰ দেশবাসীয়ে হিমাই পৰা স্বৰ্ণ পদক আশা কৰিছে।

Next Story