Top
Begin typing your search above and press return to search.

ৰেল যাত্ৰীসকলৰ কাৰণে সুখবৰ

ৰেল যাত্ৰীসকলৰ কাৰণে সুখবৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 March 2019 9:18 AM GMT

ৰেলযাত্ৰী সকলৰ কাৰণে সুখবৰ ৷ কাৰণ ৰেলযাত্ৰীসকলৰ যাত্ৰাক মসৃন কৰি তুলিবলৈ এনএফ (Northeast Frontier Railway) ৰেলৱেই গুৱাহাটী ৰেল ষ্টেচনৰ সহিতে পাঁচখন বিভিন্ন ৰেল ষ্টেচনত এক্সেলেটৰ স্থাপিত কৰিব ৷ ইফালে বহু জেষ্ঠ্য যাত্ৰীয়ে ৰেল ষ্টেচনত চিৰিসমূহ উঠাত অসুবিধাৰ সন্মুখীন হয় ৷ সেয়েহে ব্যৱস্থা কৰিব এক্সেলেটৰৰ ৷

এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি এনএফআৰ গুৱাহাটী ষ্টেচনত ছটা এক্সেলেটৰ স্থাপিত কৰিব ৷ইয়াৰ ভিতৰত দুটা কাটিহাৰ,লামডিং আৰু আগৰতলা আৰু এটা ডীমাপুৰত স্থাপন হ’ব ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story