Begin typing your search above and press return to search.
ৰেল যাত্ৰীসকলৰ কাৰণে সুখবৰ

ৰেলযাত্ৰী সকলৰ কাৰণে সুখবৰ ৷ কাৰণ ৰেলযাত্ৰীসকলৰ যাত্ৰাক মসৃন কৰি তুলিবলৈ এনএফ (Northeast Frontier Railway) ৰেলৱেই গুৱাহাটী ৰেল ষ্টেচনৰ সহিতে পাঁচখন বিভিন্ন ৰেল ষ্টেচনত এক্সেলেটৰ স্থাপিত কৰিব ৷ ইফালে বহু জেষ্ঠ্য যাত্ৰীয়ে ৰেল ষ্টেচনত চিৰিসমূহ উঠাত অসুবিধাৰ সন্মুখীন হয় ৷ সেয়েহে ব্যৱস্থা কৰিব এক্সেলেটৰৰ ৷
এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি এনএফআৰ গুৱাহাটী ষ্টেচনত ছটা এক্সেলেটৰ স্থাপিত কৰিব ৷ইয়াৰ ভিতৰত দুটা কাটিহাৰ,লামডিং আৰু আগৰতলা আৰু এটা ডীমাপুৰত স্থাপন হ’ব ৷
অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি
Next Story