অমৰেশ দত্তৰ সাহিত্যৰ প্ৰতি অমুল্য অৱদান

যোৱা দেওবাৰে ডিব্ৰুগড় জিলাৰ ডিএইচএছকে ক'লেজত ডিএইচএছকে কলেজে ইণ্ডিয়ান ক্লাৱৰ সৈতে সহযোগ কৰি সকলোৰে পৰিচিত সাহিত্যিক আৰু গৱেষনাগাৰ ড° অমৰেশ দত্তৰ ১০০সংখ্যক জন্ম বাৰ্ষিকৰ অনুষ্ঠান আয়োজন কৰে ।

সভাৰ আৰম্ভনিতে কলেজ খনৰে ছাত্ৰী কৰৱী সোনোৱালে কণ্ঠ দিয়া গুৰু বন্দনাৰে অনুষ্ঠানৰ আৰম্ভ কৰে । বিশিষ্ট ব্যক্তিৰ সহায়ৰে বন্তি প্ৰজ্বলন কৰা হয় আৰু অনুষ্ঠান খনত সাহিত্যিক ড° নগেন শইকীয়া আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ৰঞ্জিত তামুলী ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com