অসম পঞ্চায়ত নিৰ্বাচন ফলাফলৰ Live Update সন্ধিয়া ৫ বজালৈ হোৱা ভোট গণনা অনুসৰি

অসম পঞ্চায়ত নিৰ্বাচন ফলাফলৰ Live Update সন্ধিয়া ৫ বজালৈ হোৱা ভোট গণনা অনুসৰি

বৰ্তমানলৈ হোৱা ভোট গণনা অনুসৰি অসমৰ পঞ্চায়ত নিৰ্বাচনৰ শেহতীয়া খবৰ-

গাঁও পঞ্চায়তৰ সদস্যৰ ফলাফল:

মুঠ আসন: ২১৯৯০

বিজেপি: ৪৩৪৩

কংগ্ৰেছ: ২১৫১

অগপ: ৭৭৬

এআইইউডিএফ: ২৯৭

অন্যান্য: ১১৬৮

গাঁও পঞ্চায়তৰ সভাপতিৰ ফলাফল:

মুঠ আসন:২১৯৯

বিজেপি: ৭০৭

কংগ্ৰেছ: ৪৬২

অগপ: ১১১

এআইইউডিএফ: ৫৫

অন্যান্য: ১০৯

আঞ্চলিক পঞ্চায়তৰ সদস্যৰ ফলাফল:

মুঠ আসন:২১৯৯

বিজেপি: ৬১৬

কংগ্ৰেছ: ৪০৭

অগপ: ৬২

এআইইউডিএফ: ৫৯

অন্যান্য: ৬৯

জিলা পৰিষদৰ সদস্যৰ ফলাফল:

মুঠ আসন: ৪২০

বিজেপি: ১৮০

কংগ্ৰেছ: ১০৭

অগপ: ১৬

এআইইউডিএফ: ১৯

অন্যান্য: ৬

অধিক খবৰৰ বাবে পঢ়ক ব্ৰেকিং নিউজ

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com