আজিৰ ২৯ জানুৱাৰীঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজিৰ ২৯ জানুৱাৰীঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস। এই দিনটোতে সমাজ তথা দেশলৈ বিশেষ অৱদান আগবঢ়োৱা লোক সকলৰ জন্ম হৈছিল ৷ অন্যহাতে এই বিশেষ দিনটোতে দেশ তথা সমাজত বিশেষ কিছু ঘটনা সংঘটিত হৈছিল ৷ যিসমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ।আহক চাওঁ আজিৰ দিনটোৰ ইতিহাস ৷

প্ৰথমতে চাওঁ আহক আজিৰ দিনটোতে সংঘটিত হোৱা ঘটনাৰ তালিকাঃ

১৫২৮ চনৰ আজিৰ দিনটোতে মোগল সাম্ৰাজ্যৰ সংস্থাপক বাবৰে মেৱাড় ৰজা ৰাণা সাংগাক পৰাজিত কৰি চন্দেৰীত অধিকাৰ কৰে ৷

১৭৮০ চনৰ আজিৰ দিনটোতে বংগাল গজট বা কলকত্তা জেনৰেল এডভাৰটাইজাৰৰ কলকাত্তাৰ পৰা প্ৰকাশন আৰম্ভ হয়।

১৯১৬ চনৰ আজিৰ দিনটোতে প্ৰথম বিশ্ব যুদ্ধত ফান্সত জাৰ্মানীয়ে যুদ্ধ আৰম্ভ কৰে

১৯৪৯ চনৰ আজিৰ দিনটোতে ব্ৰিট্টেইনে ইজৰাইলক মান্যতা দিয়ে ৷

১৯৫৩ চনৰ আজিৰ দিনটোতে সংগীত নাটক অকাডেমীৰ স্থাপনা হয়।

১৯৭৬ চনৰ আজিৰ দিনটোতে চোবিয়েত সংঘৰ ৰাজনৈতিক বুজাবুজিৰ কাৰণে সন্মতি প্ৰদান কৰে ৷

১৯৮৯ চনৰ আজিৰ দিনটোতে চিৰীয়া আৰু ইৰানৰ লেবেনানত হোৱা সংঘৰ্ষ স্তব্ধ কৰিবৰ কাৰণে বুজাবুজি চুক্তি হয়।

১৯৯৩ চনৰ আজিৰ দিনটোতে ক্ৰিকেটাৰ বিনোদ কাম্বলীৰ এখন টেষ্টত পৰ্দাপৰ্ণ কৰে।

ভাৰত চৰকাৰে এয়াৰ কৰ্প’ৰেশ্যন এক্ট ১৯৫৩ ক ১৯৫৪ চনত বন্ধ কৰি দিয়ে ৷

১৯৯৬ চনত ফান্সৰ ৰাষ্ট্ৰপতি জেক্স চিৰাকে ভৱিষ্যতে পৰমাণু পৰীক্ষণত প্ৰতিবন্ধতা লগায় ।

২০০৩ চনৰ আজিৰ দিনটোতে হিমাচল বিধানসভাক ভংগ কৰি দিয়ে ৷

২০০৫ চনৰ আজিৰ দিনটোতে চেৰেনা উইলিয়ামছে অষ্ট্ৰেলিয়া অ’পেন মহিলাৰ খিতাপ দখল কৰে।

২০০৬ চনৰ আজিৰ দিনটোতে ভাৰতৰ ক্ৰিকেটাৰ ইৰফান পাঠান টেষ্ট ক্ৰিকেটত প্ৰথম অভাৰতে হেট্ৰিক লোৱা বিশ্বৰ প্ৰথম বলাৰ হয় ৷

২০০৭ চনৰ আজিৰ দিনটোতে বলীউডৰ অভিনেত্ৰী শিল্পা চেট্টীয়ে জৰ্মীন জেক্সনক পৰাজিত কৰি লণ্ডনৰ এটা চেনেল-৪ ৰ ৰিয়েলিটী শ্ব’ বিগ ব্ৰাডাৰৰ বিজয়ী হয় ৷

দ্বিতীয়তে চাওঁ আহক আজিৰ দিনটোতে জন্ম লাভ কৰা ব্যক্তিৰ তালিকা:

১৮৯৬ চনৰ আজিৰ দিনটোতে ভাৰত সেৱা আশ্ৰম সংঘৰ সংস্থাপক স্বামী পৰমানন্দ মহাৰাজৰ জন্ম হৈছিল৷

এতিয়া চাওঁ আহক আজিৰ দিনটোতে মৃত্যু লাভ কৰা ব্যক্তিৰ তালিকা:

১৫৯৭ চনৰ আজিৰ দিনটোতে উদয়পুৰ,মেৱাড়ত শিশোদিয়া ৰাজবংশৰ ৰজা মহাৰাণা প্ৰতাপৰ মৃত্যু হৈছিল।

১৯৮৩ চনৰ আজিৰ দিনটোতে স্বতন্ত্ৰ পাৰ্টীৰ মুখ্য নেতা পীলু মোডীৰ মৃত্যু হৈছিল ৷

২০০২ চনৰ আজিৰ দিনটোতে ভাৰতীয় প্ৰশাসনিক সেৱাত ভাৰতৰ দ্বিতীয় মহিলা অধিকাৰিক তথা মধ্য প্ৰদেশৰ প্ৰাক্তন ৰাজ্যপাল সৰলা গ্ৰেৱালৰ মৃত্যু হৈছিল ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com