আজি ১৩ এপ্ৰিলঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ১৩ এপ্ৰিলঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷ লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷

১৬৪৮ চনৰ আজিৰ দিনটোতে লাল কিল্লাৰ নিৰ্মাণ হৈছিল ৷

১৭৯৬ চনৰ আজিৰ দিনটোতে ইটালীৰ যুদ্ধত নেপ’লিয়নে অষ্ট্ৰিয়াক পৰাজয় কৰে ৷

১৭৯৬ চনৰ আজিৰ দিনটোতে আমেৰিকাত প্ৰথম হাতী ভাৰতৰ পৰা নিয়ে ৷

১৮৭০ চনৰ আজিৰ দিনটোতে নিউয়ৰ্কত মেট্ৰ’প’লিটান মিউজিয়াম অফ আৰ্টৰ স্থাপনা হয়।

১৯১৯ চনৰ আজিৰ দিনটোতে পেৰিছত শান্তি সন্মিলন হয় ।

১৯৩৯ চনৰ আজিৰ দিনটোতে ভাৰতত ইংৰাজৰ লগত হোৱা সংঘৰ্ষত হিন্দুস্তানী লাল সেনাৰ (ইণ্ডিয়ান ৰেড আৰ্মী)ৰ গঠন হয় ।

১৯৪১ চনৰ আজিৰ দিনটোতে তৎকালীন চোবিয়েত সংঘ আৰু জাপানে তৎস্ততা বুজা বুজি চুক্তিত স্বাক্ষৰ কৰে ৷

১৯৪৪ চনৰ আজিৰ দিনটোতে চোবিয়েত সংঘ আৰু নিউজিলেণ্ডৰ মাজত ৰাজনৈতিক সম্বন্ধ স্থাপন হয় ৷

১৯৬০ চনৰ আজিৰ দিনটোতে আমেৰিকাই বিশ্বৰ প্ৰথম পৰিবহন উপগ্ৰহ ট্ৰান্জিট ১ প্ৰক্ষেপন কৰে।

১৯৮০ চনৰ আজিৰ দিনটোতে আমেৰিকাই মস্কোত হোৱা গ্ৰীষ্মকালীন অলিম্পিক খেলক বহিস্কাৰ কৰে।

১৯৮৪ চনৰ আজিৰ দিনটোতে ভাৰতীয় ক্ৰিকেট দলে পাকিস্তানক ৫৮ ৰাণত পৰাজয় কৰি এছিয়া কাপ জয়ী হয়।

১৯৯৪ চনৰ আজিৰ দিনটোতে নতুন দিল্লীত স্বৰ্ণ জয়ন্তী সমাপ্ত হয়।

২০০০ চনৰ আজিৰ দিনটোতে অভিনেত্ৰী লাৰা দত্তা মিছ ইউনিভাৰ্ছ হয়।

২০০৭ চনৰ আজিৰ দিনটোতে গুগলয়ে বিজ্ঞাপনৰ ডবল ক্লিকক ৩.১ আৰব ডলাৰত অধিগ্ৰহণ কৰে ৷

২০১৩ চনৰ আজিৰ দিনটোতে পাকিস্তানৰ পেছাৱৰত বাছত হোৱা এক বিস্ফোৰণত আঠজন লোকৰ মৃত্যু হয় ৷

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা , যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৮১৩ চনৰ আজিৰ দিনটোতে কেৰালা ৰজা তথা দক্ষিণ ভাৰতীয় কৰ্ণাটক সংগীত পৰম্পৰাৰ সৰ্বোৎকৃষ্ট সংগীতজ্ঞ স্বাতি তিৰুনলৰ জন্ম হয় ৷

১৮৯৮ চনৰ আজিৰ দিনটোতে হিন্দী ছবিৰ প্ৰসিদ্ধ নিৰ্মাতা নিৰ্দেশক আৰু পটকথা লেখক চন্দুলাল শ্বাহৰ জন্ম হৈছিল ৷

প্ৰসিদ্ধ ৰাজনীতিজ্ঞ আৰু লেখিকা নজমা হেপতুল্লাৰ জন্ম হৈছিল ১৯৪০ চনৰ আজিৰ দিনটোতে ৷

১৯২৫ চনৰ আজিৰ দিনটোতে ভাৰতীয় ছবিৰ প্ৰসিদ্ধ গীতিকাৰ বৰ্মা মলিকৰ জন্ম হৈছিল ৷

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

১৯৬৩ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰসিদ্ধ সাহিত্যকাৰ,নিবন্ধকাৰ আৰু ব্যংগকাৰ বাবু গুলাব ৰায়ৰ মৃত্যু হৈছিল ৷

১৯৭৩ চনৰ আজিৰ দিনটোতে ছবিৰ অভিনেতা বলৰাজ চাহানীৰ মৃত্যু হয় ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com