আজি ১৫ মাৰ্চঃ চাওঁআহক আজিৰ দিনটোৰ ইতিহাস

আজি ১৫ মাৰ্চঃ চাওঁআহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস। এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷ যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷ লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷ চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য৷

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷

১৬১০ চনৰ আজিৰ দিনটোতে পেৰিছৰ সংসদে লুই তেৰহবেক ফান্সৰ ৰজা হিছাপে নিযুক্ত কৰে ৷

১৮১১ চনৰ আজিৰ দিনটোতে পাৰাগুৱেই স্পেইনৰ স্বাধীনতা ঘোষণা কৰে ৷

১৯০৫ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ নবাডত লস বেগাছ স্থাপন হয় ৷

১৯১৮ চনৰ আজিৰ দিনটোতে আমেৰিকাত প্ৰথমবাৰৰ কাৰণে ডাক সেৱাৰ মুকলি হয় ৷

১৯২৫ চনৰ আজিৰ দিনটোতে প্ৰথম আৰবিক কম্যিউনিষ্ট বাতৰিকাকত আৰম্ভ হয় ৷

১৯৩৫ চনৰ আজিৰ দিনটোতে মস্কো মেট্ট’ লোকসকলৰ কাৰণে মুকলি কৰে ৷

১৯৫৩ চনৰ আজিৰ দিনটোতে চোবিয়েত সংঘই স্পুতনিক ৩ লঞ্চ কৰে ।

১৯৮৮ চনৰ আজিৰ দিনটোতে চোবিয়েত সংঘই আফগানিস্তানৰ পৰা ১৫ হাজাৰ সৈনিকক পুনৰ নিমন্ত্ৰণ কৰে ৷

১৯৯৩ চনৰ আজিৰ দিনটোতে সংযুক্ত ৰাষ্ট্ৰই ১৫ মে’ক আন্তঃৰাষ্ট্ৰীয় পৰিয়াল দিৱস হিছাপে উদযাপন কৰিবলৈ সিদ্ধান্ত লয়।

২০০৫ চনৰ আজিৰ দিনটোতে ২০ বছৰৰ পিছত কানাডাত ভাৰতৰ বিমান অৱতৰণ কৰে ৷

২০১৩ চনৰ আজিৰ দিনটোতে ইৰাকত হোৱা তিনিদিনীয়া হিংসাত ৩৮৯ জন লোকৰ মৃত্যু হয় ৷

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা , যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৮১৭'চনৰ আজিৰ দিনটোতে প্ৰখ্যাত বিদ্ধান আৰু ধাৰ্মিক নেতা দেবেন্দ্ৰনাথ ঠাকুৰৰ জন্ম হয়।

১৯০৭ চনৰ আজিৰ দিনটোতে মহান স্বাধীনতা সংগ্ৰামী সুখদেৱৰ জন্ম হয় ৷

১৯২৩ চনৰ আজিৰ দিনটোতে ভাৰতীয় হাস্যকৰ অভিনেতা জনী ৱকাৰৰ জন্ম হৈছিল।

১৯৬৭ চনৰ আজিৰ দিনটোতে বলীউডৰ ধক ধক গাৰ্ল মাধুৰী দীক্ষিতৰ জন্ম হৈছিল ৷

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

১৯৫৮ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ ইতিহাসকাৰ যদুনাথ চৰকাৰৰ মৃত্যু হৈছিল ৷

২০০৩ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ প্ৰসিদ্ধ গায়িকা জুন কাৰ্টৰৰ মৃত্যু হয় ৷

অন্য খবৰৰ বাবে পঢ়ক : বিবিধ

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com