আজি ২০ ফ্ৰেব্ৰুৱাৰীঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ২০ ফ্ৰেব্ৰুৱাৰীঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷ যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্যঃ

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা,যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে

১৫৪৭ চনৰ আজিৰ দিনটোতে হেনৰী অষ্টমৰ মৃত্যুৰ পিছত ৰজা এডৰ্বাডে ইংলেণ্ডৰ ৰাজ্য সম্ভালে ৷

১৭০৭ চনৰ আজিৰ দিনটোতে মোগল সাম্ৰাজ্যৰ শাসক ঔৰংগজেৱৰ আহমদ নগৰত নিধন হয়।

১৭৯৮ চনৰ আজিৰ দিনটোতে লুই আলেকজেণ্ডাৰ বৰ্থিয়াৰে পোপ পায়স ষষ্টমক পদচ্যুত কৰে ৷

১৮১১ চনৰ আজিৰ দিনটোতে অষ্ট্ৰিয়াত দীৱালিৰ ঘোষণা কৰে ৷

১৮৩৫ চনৰ আজিৰ দিনটোতে কলকাত্তা মেডিকেল কলেজ মুকলি কৰে ৷

১৮৪৬ চনৰ আজিৰ দিনটোতে লাহোৰক ইংৰাজসকলে অধিকাৰ কৰে ৷

১৮৪৭ চনৰ আজিৰ দিনটোতে ৰয়েল কলকাতা টৰ্ফ ক্লবৰ স্থাপনা হৈছিল ৷

১৮৬৮ চনৰ আজিৰ দিনটোতে অমৃত বাজাৰ পত্ৰিকাখন বেংগলীত প্ৰথম সাপ্তাহিক পত্ৰিকা হিচাপে প্ৰকাশ পায়।

১৮৭২ চনৰ আজিৰ দিনটোতে নিউয়ক চহৰত মেট্ৰ’পলিটিয়ান মিউজিয়াম অফ আৰ্ট মুকলি হয়।

১৮৭৩ চনৰ আজিৰ দিনটোতে কেলিফৰ্ণিয়া ইউনিভাৰচিটীয়ে নিজৰ মেডিকেল কলেজ মুকলি কৰে ৷

১৯৩৩ চনৰ আজিৰ দিনটোতে অড’ল্ফ হিটলাৰে নিৰ্বাচনত নাৰ্জী পাৰ্টীৰ সহযোগ দিবৰ কাৰণে গোপন আৰু জাৰ্মান উদ্যোগপতিসকলৰ লগত সাক্ষাৎ কৰে ৷

১৯৩৫ চনৰ আজিৰ দিনটোতে কেৰোলিন মিকেল্সন এন্টাকৰ্টিকাত উপস্থিত হোৱা প্ৰথম মহিলা হয় ৷

১৯৪২ চনৰ আজিৰ দিনটোতে দ্বিতীয় বিশ্ব যুদ্ধত জাপানী সৈন্যই ডছ ইষ্ট ইণ্ডিয়াত আক্ৰমণ কৰে ৷

১৯৪৭ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ প্ৰধানমন্ত্ৰী ক্লেমেন্ট এটলীয়ে ভাৰতৰ স্বাধীনতা সন্দৰ্ভত ঘোষণা কৰিছিল ৷

১৯৫০ চনৰ আজিৰ দিনটোতে নেতাজী সুভাষ চন্দ বসুৰ জেষ্ঠ্য ভাতৃ আৰু নেতা শৰৎ চন্দ্ৰ বোসৰ মৃত্যু হৈছিল ৷

১৯৬২ চনৰ আজিৰ দিনটোতে জন এছ গ্লেনে আমেৰিকাৰ প্ৰথম মহাকাশ যাত্ৰী হয়।

১৯৮৬ চনৰ আজিৰ দিনটোতে মুম্বাইৰ কে ই এম চিকিৎসালয়ত প্ৰথমবাৰৰ কাৰণে হৃদয় প্ৰত্যাৰোপন হয় ৷

১৯৮২ চনৰ আজিৰ দিনটোতে বিহাৰ,উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশত কন্হাৰ নদীৰ পানীক লৈ বুজাবুজি হয় ৷

১৯৮৬ চনৰ আজিৰ দিনটোতে হিমাচল প্ৰদেশ ভাৰতীয় সংঘৰ ২৪ তম ৰাজ্য হয় ৷

১৯৮৭ চনৰ আজিৰ দিনটোতে অৰুণাচল আৰু মিজোৰাম ভাৰতৰ ২৩ সংখ্যক আৰু ২৪ সংখ্যক ৰাজ্য হয় ৷

১৯৯৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে পাকিস্তানত ঐতিহাসিক বাছ যাত্ৰা কৰে ৷

১৯৯৯ চনৰ আজিৰ দিনটোতে দূৰদৰ্শনৰ প্ৰথম খেল চেনেল হয় ৷

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা ,যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ নেতা অজয় ঘোষৰ ১৯০৯ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল ৷

১৯৩৬ চনৰ আজিৰ দিনটোতে ফুটবলৰ সৰ্বশেষ্ঠ খেলুৱৈৰ এজন জেনেৰেল সিঙৰ জন্ম হৈছিল ৷

১৯৪৭ চনৰ আজিৰ দিনটোতে ভাৰতীয় জনতা পাৰ্টিৰ নেতা,মধ্য প্ৰদেশ জয়ন্ত কুমাৰ ম্যালাৰ জন্ম হৈছিল ৷

১৯৫৬ চনৰ আজিৰ দিনটোতে ভাৰতীয় অভিনেতা অনু কাপুৰৰ জন্ম হৈছিল ৷

১৯৭৬ চনৰ আজিৰ দিনটোতে ক্ৰিকেটাৰ ৰোহন গাভাস্কাৰৰ জন্ম হৈছিল ৷

ভাৰতীয় অভিনেত্ৰী জিয়া খানৰ জন্ম হৈছিল ১৯৮৮ চনৰ আজিৰ দিনটোতে ৷

প্ৰসিদ্ধ কন্নড় নাট্যকাৰ কে বী সুবন্নাৰ জন্ম হৈছিল ১৯৩২ চনৰ আজিৰ দিনতোতে ৷

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

১৯৭২ চনৰ আজিৰ দিনটোতে হিন্দী সাহিত্যৰ অধ্যয়নশীল তথা মননশীল ৰচনাকাৰ শিৱনাৰায়ন শ্ৰীবাস্তৱৰ মৃত্যু হয় ৷

১৯৮৫ চনৰ আজিৰ দিনটোতে হিন্দীৰ প্ৰসিদ্ধ কবি তথা গান্ধীবাদী বিচাৰক ভৱানী প্ৰসাদ মিশ্ৰৰ মৃত্যু হয় ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com