আজি ২২ এপ্ৰিলঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ২২ এপ্ৰিলঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷ যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷ লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷ চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷

১৫০০ চনৰ আজিৰ দিনটোতে পতুৰ্গালৰ নাবিক পেড্ৰো অলবেয়াৰ কেব্ৰালে ব্ৰাজিলৰ আৱিস্কাৰ কৰে।

১৫২১ চনৰ আজিৰ দিনটোতে ফান্সীছ সম্ৰাট ফ্ৰেংকাইছ প্ৰথমে স্পেইন আক্ৰমণ কৰে ৷

১৯০৬ চনৰ আজিৰ দিনটোতে ইউনানৰ এথেঞ্চত ১০ সংখ্যক অলিম্পিক খেলৰ আৰম্ভ হয় ৷

১৯১৫ চনৰ আজিৰ দিনটোতে প্ৰথম বিশ্ব যুদ্ধত জাৰ্মান সেনাই প্ৰথমবাৰৰ কাৰণে বিষাক্ত গেছৰ ব্যৱহাৰ কৰে ৷

১৯২১ চনৰ আজিৰ দিনটোতে নেতাজী সুভাষ চন্দ্ৰ বসুৱে ইণ্ডিয়াল চিভিল চাৰ্ভিচক ত্যাগ পত্ৰ দিয়ে ৷

১৯৪৪ চনৰ আজিৰ দিনটোতে দ্বিতীয় বিশ্ব যুদ্ধত কাষৰীয়া ৰাষ্ট্ৰ নিউ গিনীত জাপানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে ৷

১৯৫৪ চনৰ আজিৰ দিনটোতে তৎকালীন চোবিয়েত ৰুছক ইউনেস্কত সন্নিবিষ্ট কৰে ৷

১৯৬৬ চনৰ আজিৰ দিনটোতে তৎকালীন চোবিয়েত ৰুছে ভূমিগত পৰমাণু পৰীক্ষণ কৰে ৷

১৯৭০ চনৰ আজিৰ দিনটোতে পৃথিৱীত প্ৰথমবাৰৰ কাৰণে পৃথিৱী দিৱস অনুষ্ঠিত কৰে ৷

১৯৮৩ চনৰ আজিৰ দিনটোতে মহাকাশযান চোয়ুজ টী ৮ ৰ পৃথিৱীলৈ পুনৰ আহে।

১৯৯২ চনৰ আজিৰ দিনটোতে মেস্কিক’ত চীৱৰ গেছ বিস্ফোৰণত প্ৰায় ২০০ জন লোকৰ মৃত্যু হয়।

২০০৮ চনৰ আজিৰ দিনটোতে ৰুছৰ ৰাষ্ট্ৰপতি ব্লাদিমিৰ পুতিনক লুডবিগ ন’বেল পুৰস্কাৰেৰে সন্মানিত কৰে ৷

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা , যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৭৬০ চনৰ আজিৰ দিনটোতে ভাৰতৰ অন্তিম মোগল সম্ৰাট আকবৰ দ্বিতীয়ৰ জন্ম হয় ৷

১৮৭০ চনৰ আজিৰ দিনটোতে মাক্সবাদী বিছাৰক লেনিনৰ জন্ম হয় ৷

১৯১৬ চনৰ আজিৰ দিনটোতে বাংগালী ছবিৰ প্ৰথম ষ্টাৰ কন্নন দেৱীৰ জন্ম হয়।

১৯৭৪ চনৰ আজিৰ দিনটোতে চেতন ভগতৰ জন্ম হৈছিল ৷

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

১৯৮০ চনৰ আজিৰ দিনটোতে সমাজ সংস্কাৰক মংগুৰামৰ মৃত্যু হৈছিল ৷

২০০১ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰসিদ্ধ ৰাজনীতিজ্ঞ তথা মধ্য প্ৰদেশৰ প্ৰাক্তন ৰাজ্যপাল মহম্মদ আলী খাঁৰ মৃত্যু হৈছিল ৷

২০১৩ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰসিদ্ধ ভায়লিন বাদক লালগুড়ী জয়ৰমণৰ মৃত্যু হৈছিল ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com