আজি ৮ জানুৱাৰী চাওঁ আহকঃআজিৰ দিনটোৰ ইতিহাস

আজি ৮ জানুৱাৰী চাওঁ আহকঃআজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে ৮ জানুৱাৰী দিনটোৰো আছে এক বিশেষ তাৎপৰ্য ৷ এই বিশেষ দিনটোতে সংঘটিত হৈছিল এনে কিছু ঘটনা যিসমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে । ইয়াৰ বিপৰীতে আজিৰ দিনটোতে আমাৰ দেশখনলৈ বিশেষ অৱদান আগবঢ়োৱা লোকসকলৰো জন্ম হৈছিল ৷ আহক চাওঁ আজিৰ দিনটোৰ তাৎপৰ্য ৷

প্ৰথমতে চাওঁ আহক আজিৰ দিনটোত জন্ম গ্ৰহণ কৰা লোকসকলৰ তালিকাঃ

১৮৯০ চনৰ আজিৰ দিনটোতে হিন্দী সাহিত্যকাৰ ৰামচন্দ্ৰ বৰ্মাৰ জন্ম হৈছিল ৷

১৯০৮ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ ভাৰতীয় অভিনেত্ৰী নিডৰ নাডিয়াৰ জন্ম হৈছিল ৷

১৯০৯ চনৰ আজিৰ দিনটোতে উপন্যাসকাৰ আশাপূৰ্ণা দেৱীৰ জন্ম হৈছিল ৷

১৯২৫ চনৰ আজিৰ দিনটোতে সাহিত্যকাৰ মোহন ৰাকেশৰ জন্ম হৈছিল ৷

১৯২৬ চনৰ আজিৰ দিনটোতে ভাৰতীয় অ’ডিছী নৃত্যাংগনা কেলুচৰণ মহাপাত্ৰৰ জন্ম হৈছিল ৷

১৯২৯ চনা আজিৰ দিনটোতে ভাৰতীয় অভিনেতা সইদ জাফৰীৰ জন্ম হৈছিল ।

১৯৩৪ চনৰ আজিৰ দিনটোতে ভাৰতীয় ছবি জগতৰ প্ৰসিদ্ধ অভিনেত্ৰী নন্দাৰ জন্ম হৈছিল ৷

১৯৪২ চনৰ আজিৰ দিনটোতে বিজ্ঞানী ষ্টিফেন হকিংগৰ জন্ম হৈছিল ৷

১৯৭৫ চনৰ আজিৰ দিনটোতে ভাৰতীয় সংগীতকাৰ হেৰিছ জয়ৰাজৰ জন্ম হৈছিল ৷

১৯৮৪ চনৰ আজিৰ দিনটোতে উত্তৰ কোৰিয়াৰ তৃতীয় সৰ্বোচ্চ নেতা কিম জোংগ ওনৰ জন্ম হৈছিল ৷

এইবাৰ চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছু ঘটনাৰ তালিকাঃ

১৯২৯ চনৰ আজিৰ দিনটোতে নেদাৰলেণ্ড আৰু ৱেষ্টইণ্ডিজৰ মাজত টেলিফোনৰ যোগাযোগ হৈছিল।

১৯৭১ চনৰ আজিৰ দিনটোতে পাকিস্তানৰ ৰাষ্ট্ৰপতি জুল্ফিকাৰ অলী ভূট্টোয়ে নেতা শেখ মুজীবুৰ ৰহমানক জেলৰ পৰা আজাদ কৰিছিল ৷

১৯৭৩ চনৰ আজিৰ দিনটোতে ৰুছৰ স্পেছ "মিশ্যল লুন্যা ২১"ক ল’ন্স কৰিছিল ৷

২০০৯ চনৰ আজিৰ দিনটোতে পুৰাতত্ত্বং বিভাগে ৪,৩০০ বছৰৰ পুৰণি পিৰামিডত ৰানী সেশেশেটৰ মমীৰ মূৰ্তিটো পাইছিল ৷

তৃতীয়তে চাওঁ আহক আজিৰ দিনটোত ইহলীলা সম্বৰণ কৰা লোকসকলৰ তালিকাঃ

১৮৮৪ চনৰ আজিৰ দিনটোতে এক প্ৰসিদ্ধ ধাৰ্মিক তথা সামাজিক সুধাৰক আৰু ব্ৰহ্ম সমাজৰ স্থাপক কেশৱ চন্দ্ৰ সেনে ইহলীলা সম্বৰণ কৰে ।

১৯৪১ চনৰ আজিৰ দিনটোতে ভাৰত সেৱাশ্ৰম সংঘৰ স্বামী প্ৰণবানন্দ মহাৰাজৰ মৃত্যু হয় ৷

১৯৮৪ চনৰ আজিৰ দিনটোতে প্ৰথম ভাৰতীয় মহিলা পাইলট সুষমা মুখপাধ্যায়ৰ মৃত্যু হয় ।

১৯৮৭ চনৰ আজিৰ দিনটোতে ক্ৰিকেটৰ পী জী জোশীৰ মৃত্যু হৈছিল ৷

১৯৯৫ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী আৰু জয়প্ৰকাশ নাৰায়ন তথা ৰামমোনোহৰ লোহিয়াৰ সহযোগী মধু লিমায়ে মৃত্যু হৈছিল ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com