আজি ৮ মে: চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ৮ মে:  চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস। এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷ যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷ লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷ চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য৷

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷

১৩৬০ চনৰ আজিৰ দিনটোতে ইংৰাজ আৰু ফান্সীছ সকলে ব্ৰিট্টিছ বুজাবুজি চুক্তিত হস্তাক্ষৰ কৰে ৷

১৮২৮ চনৰ আজিৰ দিনটোতে মানব সেৱাৰ কাৰণে প্ৰথম শান্তি ন’বেল পুৰস্কাৰ জীন হেনৰী ডয়ুনেন্টে লাভ কৰে।

১৮৪২ চনৰ আজিৰ দিনটোতে পেৰিছ যোৱা এখন ৰেলত অগ্নি সংযোগ হৈ প্ৰায় ৫০ জন ব্যক্তিৰ মৃত্যু হয় ৷

১৮৭১ চনত ব্ৰিট্টেইন আৰু আমেৰিকাৰ মাজত আলবামা বিবাদ সমাপ্ত হয় ৷

১৮৮৬ চনৰ আজিৰ দিনটোতে ড° জন পেম্বেৰটন দ্বাৰা নিৰ্মিত কল্ড ডিংক কোকাকোলাৰ উৎপাদন হয়।

১৮৯৮ চনৰ আজিৰ দিনটোতে ইটালীয়ান ফুটবল লীগৰ প্ৰথম খেল হয় ৷

১৯০১ চনৰ আজিৰ দিনটোতে অষ্ট্ৰেলিয়াৰ লেবাৰ পাৰ্টিৰ স্থাপন হয়।

১৯২১ চনৰ আজিৰ দিনটোতে চুইডেনত ফাঁচীৰ শাস্তি শেষ কৰে ৷

১৯৬২ চনৰ আজিৰ দিনটোতে ৰবীন্দ্ৰ ভাৰতী বিশ্ব বিদ্যালয়ৰ স্থাপনা হয়।

ভাৰতীয় ৰেডক্ৰ’ছ ছ’চাইটীৰ ১৯৬৩ চনৰ আজিৰ দিনটোতে শতবৰ্ষীয় সমাৰোহ অনুষ্ঠিত কৰে ৷

১৮৮৪ চনৰ আজিৰ দিনটোতে ফান্সে আইলেণ্ডৰ নিউক্লিয়াৰ পৰীক্ষা কৰে ৷

১৯৪৫ চনৰ আজিৰ দিনটোতে মিত্ৰশক্তিৰ ওচৰত জাৰ্মানীৰ আত্মসমৰ্পণ ৷

১৯৭৪ চনৰ আজিৰ দিনটোতে ৰেল শ্ৰমিকৰ ঐতিহাসিক ধৰ্মঘট আৰম্ভ ৷

১৯৯৬ চনৰ আজিৰ দিনটোতে দক্ষিণ আফ্ৰিকাত বৰ্ণ বৈষম্যহীন সংবিধান ৷

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা , যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৮২৮ চনৰ আজিৰ দিনটোতে মানব সেৱাৰ কাৰণে প্ৰথম নবেল পুৰষ্কাৰ প্ৰাপ্ত ব্যক্তি হেনৰী ডয়ুনেন্টৰ জন্ম হৈছিল ৷

১৮৯৫ চনৰ আজিৰ দিনটোতে উৰিষ্যাৰ প্ৰসিদ্ধ নেতা গোপবন্ধু চৌধুৰীৰ জন্ম হৈছিল ৷

প্ৰসিদ্ধ ইতিহাস কাৰ তপন ৰায় চৌধুৰীৰ জন্ম হৈছিল ১৯২৬ চনৰ আজিৰ দিনটোতে ৷

১৯২৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰসিদ্ধ গায়িকা গিৰিজা দেৱীৰ জন্ম হৈছিল ৷

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

১৭৭৭ চনৰ আজিৰ দিনটোতে বংগালৰ নবাব মীৰ কাচিমৰ মৃত্যু হয় ৷

ভাৰতৰ স্বাধীনতা সংগ্ৰামী অমীৰ চন্দ্ৰৰ মৃত্য হয় ১৯১৫ চনৰ আজিৰ দিনটোতে ৷

১৯৮২ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ মাৰাঠী সাহিত্যকাৰ আত্মৰাম ৰাৱজী দেশপাণ্ডেৰ মৃত্যু হয় ৷

১৯৯৩ চনৰ আজিৰ দিনটোতে ইতিহাসকাৰ দেৱীপ্ৰসাদ চট্টোপাধ্যায়ৰ মৃত্যু হয় ৷

২০১৩ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰসিদ্ধ ধ্ৰুপদ গায়ক জিয়া ফৰীদুদ্দীন ডাগৰৰ মৃত্যু হয়।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com