আজি 20 জানুৱাৰীঃ আহক জানো আজিৰ দিনটোৰ ইতিহাস

আজি 20 জানুৱাৰীঃ আহক জানো আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰেই আজিৰ দিনটোৰো আছে বিশেষ ইতিহাস ৷ আজিৰ দিনটোতে ইতিহাসত এনেধৰণৰ কিছু ঘটনা সংঘটিত হৈছিল যিসমূহে আমাৰ দেশৰ লগতে আমাৰ সমাজক প্ৰগতিৰ পথত আগুৱাই লৈ গৈছে ৷ আৰু এই ইতিহাস সমূহৰ জৰিয়তে আপুনি বিশ্বৰ কথা জনাৰ লগতে আপোনাৰ জ্ঞানৰ ভৰাঁল চহকী কৰিব পাৰিব ৷ গতিকে আহক জানো আজিৰ দিনটোৰ ইতিহাসঃ

১২৬৫ চনৰ আজিৰ দিনটোতে সংসদৰ প্ৰথম বৈঠক ইংলেণ্ডত অনুষ্ঠিত হয় ৷

১৮১৭ চনৰ আজিৰ দিনটোতে কলকাত্তাত হিন্দু কলেজ স্থাপন কৰা হয়।

১৮৩৯ চনৰ আজিৰ দিনটোতে বোলীভিয়া,পেৰুৰ সংযুক্ত নেতাক চিলীয়ে পৰাজিত কৰে ৷

১৮৪১ চনৰ আজিৰ দিনটোতে প্ৰথম অফীম যুদ্ধত চীনে হংকঙত ব্ৰিটেইনক হস্তান্তৰ কৰে ৷

পৰ্ল হাৰ্বৰক আমেৰিকাৰ চিনেটে ১৮৮৭ চনত নৌসৈনিক তৈয়াৰ কৰিবলৈ অনুমতি দিয়ে ৷

১৮৯২ চনৰ আজিৰ দিনটোতে বিশ্বত সৰ্বপ্ৰথমে বাস্কেট বল খেল আৰম্ভ হয়।

১৯২০ চনৰ আজিৰ দিনটোতে আমেৰিকাত নাগৰিকতা স্বতন্ত্ৰতা সংঘৰ স্থাপন কৰে ৷

১৯২৫ চনৰ আজিৰ দিনটোতে জাপান আৰু চোবিয়েত সংঘৰ মাজত সহযোগী বুজা বুজি হয়।

১৯৪২ চনৰ আজিৰ দিনটোতে জাপানে বৰ্মাক আক্ৰমণ কৰিছিল ৷

১৯৫০ চনৰ আজিৰ দিনটোতে দক্ষিণ আমেৰিকাৰ দেশ চুৰীনাম নেডাৰলেণ্ডৰ পৰা স্বাধীনতা লাভ কৰে ৷

১৯৫৭ চনৰ আজিৰ দিনটোতে পোলেণ্ডত সংসদীয় নিৰ্বাচন বামপন্থী নেতা গোলুল্কা জয়ী হয়।

১৯৫৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম পৰমাণু ৰিয়েক্টৰ ’অপস্বৰা"ট্ৰাম্বে উৎঘাটন কৰিব ৷

১৯৫৭ চনৰ আজিৰ দিনটোতে ভাৰতে আৰ্থিক প্ৰতিবন্ধ লগোৱাৰ পিছত দক্ষিণ আফ্ৰিকাই ভাৰতীয় জাহাজৰ ওপৰত সা সুবিধা সমূহ প্ৰদান কৰিবলৈ ঘোষণা কৰে ৷

১৯৬১ চনৰ আজিৰ দিনটোতে "জন এফ কেনেডী"য়ে আমেৰিকাৰ ৩৫ সংখ্যক ৰাষ্ট্ৰপতি পদৰ শপত লয় ৷

১৯৬৪ চনৰ আজিৰ দিনটোতে "মীট দ্য বীটলেছ"আমেৰিকাত আৰম্ভ হয় ৷

১৯৬৮ চনৰ আজিৰ দিনটোতে ইৰাকৰ ৰাষ্ট্ৰপতি আৰিফক পদচ্যুত কৰে ৷

১৯৭২ চনৰ আজিৰ দিনটোতে ভাৰতৰ ৰাজ্য "মেঘালয়"স্থাপন হয় ৷

১৯৮০ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জিম্মী কাৰ্টৰে মস্কো অলিম্পিকৰ পৰা বহিস্কাৰ হয় ৷

১৯৯৩ চনৰ আজিৰ দিনটোতে বিল ক্লিংটনে আমেৰিকাৰ ৪২ সংখ্যক ৰাষ্ট্ৰপতি ৰূপত কাৰ্যভাৰ গ্ৰহণ কৰে ৷

২০০১ চনৰ আজিৰ দিনটোতে জৰ্জ ডব্লিউ বুশ্ব আমেৰিকাৰ ৪৩ সংখ্যক ৰাষ্ট্ৰপতি হয় ৷

২০০৩ চনত আজিৰ দিনটোতে আলজেৰিয়াত বিদ্ৰোহত প্ৰায় ৫০ জন সৈনিক ৰ মৃত্যু হয় ।

২০০৮ চনৰ আজিৰ দিনটোতে বলীউডৰ অভিনেতা দেৱানন্দক ভাৰতীয় ছবিত তেওঁৰ অৱদানৰ বাবে লাইফষ্টাইল এছীভমেন্ট এৱাৰ্ড প্ৰদান কৰে।

২০০৮ চনৰ আজিৰ দিনটোতে পাকিস্তানৰ ইনটেলিজেন্ট ব্যুৰোৰ এক নিৰ্দেশক নিসাৰ খানক অজ্ঞাত ব্যক্তিয়ে গুলী বিদ্ধ কৰে ৷

২০০৯ চনৰ আজিৰ দিনটোতে বৰাক অ’বামাই আমেৰিকাৰ ৪৪ সংখ্যক ৰাষ্ট্ৰপতিৰ ৰূপে শপত গ্ৰহণ কৰে ৷

২০০৯ চনৰ আজিৰ দিনটোতে নেশ্যনেল কনফাৰেন্সৰ অধ্যক্ষ ওমৰ আব্দুলাই জম্মু কাশ্মৰীৰ মুখ্যমন্ত্ৰীৰ ৰূপে শপত গ্ৰহণ কৰে ৷

১৯২০ চনৰ আজিৰ দিনটোতে ইতালৱী ছবি নিৰ্দেশক ফেডৰিক ফেলিনীৰ জন্ম হৈছিল ৷

১৯২৬ চনৰ আজিৰ দিনটোতে ভাৰতীয় আৰু পাকিস্তানী উপন্যাসিক কুৰ্তুলএন হেদৰৰ জন্ম হৈছিল ।

১৯৪০ চনৰ আজিৰ দিনটোতে ভাৰতীয় অভিনেতা ৰাজনেতা কৃষ্ণম ৰাজৰ জন্ম হৈছিল ৷

১৯৪৫ চনৰ আজিৰ দিনটোতে ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষাকাৰ অজীত ডোভালৰ জন্ম হৈছিল ৷

১৯৪৮ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ নাট্যকাৰ তথা ৰংগমঞ্চৰ নিৰ্দেশক ৰতন থিয়মৰ জন্ম হৈছিল।

১৭৭৯ চনৰ আজিৰ দিনটোতে ইংৰাজৰ অভিনেতা তথা মঞ্চ সঞ্চালক ডেবিদ গেৰিকৰ মৃত্যু হৈছিল ।

১৯৯৩ চনৰ আজিৰ দিনটোতে পৰমবীৰ চক্ৰৰে সন্মানিত প্ৰাক্তন ভাৰতীয় সৈনিক লঞ্চ নায়ক কৰম সিঙৰ মৃত্যু হৈছিল।

১৯৮৮ চনৰ আজিৰ দিনটোতে ভাৰত ৰত্নৰে সন্মানিত মহান স্বাধীনতা সংগ্ৰামী নেতা খান আব্দুলগফাৰ খানৰ মৃত্যু হৈছিল ৷

১৯৫৫ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰশিদ্ধ শিক্ষা বিদ,ৰাজনেতা সমাজ সুধাৰক আৰু লেখক হৰবিলাস শাৰদাৰ মৃত্যু হয় ৷

১৯৫৯ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী তেজ বাহাদূৰ চপ্ৰু মৃত্যু হয় ৷

২০১০ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ লেখক তথা উপন্যাসকাৰ এৰিক চেগলৰ মৃত্যু হৈছিল ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com