আন্তজাৰ্তিক মাতৃ দিৱসত বলীউডৰ চেলীব্ৰেটীৰ মাতৃসকললৈ শুভেচ্ছা

আন্তজাৰ্তিক মাতৃ দিৱসত বলীউডৰ চেলীব্ৰেটীৰ মাতৃসকললৈ শুভেচ্ছা

আজি সমগ্ৰ বিশ্বই পালন কৰিছে আন্তজাৰ্তিক মাতৃ দিৱস ৷ অৱশ্যে মাতৃৰ কাৰণে কোনো এটি বিশেষ দিন নাথাকে ৷ তথাপিও সমগ্ৰ দেশ বিদেশ বিদেশে পালন কৰে এই বিশেষ দিনটোক ৷সম্প্ৰতি চচিয়েল মেডিয়াৰ যুগ। সকলো মাতৃসকলক চ’চিয়েল মিডিয়া যোগে এই বিশেষ দিনটোৰ শুভেচ্ছা জ্ঞাপন কৰিছে ৷ বলীউডৰ ষ্টাৰ ছুপাৰষ্টাৰসকলেও আজি এই বিশেষ দিনটোত মাতৃসকলক জনাইছে শুভকামনা ৷চাওঁ আহক এই ক্ষেত্ৰত বি টাউনৰ চেলিব্ৰেটী সকলৰ তালিকা ৷

বলীউডৰ অভিনেত্ৰী শিল্পা চেট্টীয়ে মাতৃ আৰু সন্তানৰ লগত য়োগা কৰি মাতৃক শুভেচ্ছা জ্ঞাপন কৰিলে ৷

https://www.instagram.com/p/BxWT24ijAvr/

তানিষা মুখাৰ্জীয়ে মাতৃ তনুজাৰ ফটো অনুৰাগীলৈ আগবঢ়াই মাতৃ দিৱসৰ শুভ কামনা জনালে ৷

https://www.instagram.com/p/BxWa-pOhVeK/

সাৰা আলী খানে মাতৃ অমৃতা আৰোৰাৰ ফ’টোৰে মাতৃক শুভেচ্ছা জ্ঞাপন কৰিলে ৷

বলীউড তথা দক্ষিন ভাৰতৰ অভিনেত্ৰী ৰকুল প্ৰীত সিঙে জনালে মাতৃক শুভেচ্ছা ৷চোহা আলী খানে মাতৃ শৰ্মিলা ঠাকুৰৰ এখন ফ’টো শ্বেয়াৰ কৰি মাতৃ শৰ্মিলাক মাতৃ দিৱসৰ শুভেচ্ছা জনালে ৷

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com