আহক দিনটো আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ইতিহাসেৰে

আহক দিনটো আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ইতিহাসেৰে

প্ৰত্যেক দিনটোৰ দৰেই আজিৰ দিনটোৰো আছে বিশেষ ইতিহাস ৷ আজিৰ দিনটোতে ইতিহাসত এনেধৰণৰ কিছু ঘটনা সংঘটিত হৈছিল যিসমূহে আমাৰ দেশৰ লগতে আমাৰ সমাজক প্ৰগতিৰ পথত আগুৱাই লৈ গৈছে ৷ আৰু এই ইতিহাস সমূহৰ জৰিয়তে আপুনি বিশ্বৰ কথা জনাৰ লগতে আপোনাৰ জ্ঞানৰ ভৰাঁল চহকী কৰিব পাৰিব ৷ গতিকে আহক জানো আজিৰ দিনটোৰ ইতিহাসঃ

১৬৪৯ চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ ৰজা চালৰ্ছ প্ৰথমৰ বিৰুদ্ধে মোকদৰ্মা আৰম্ভ হয় ৷

১৭৯৫ চনৰ আজিৰ দিনটোতে ফান্সীছ সেনাই হলেণ্ডক আক্ৰমণ কৰিছিল ৷

১৮৩৯ চনৰ আজিৰ দিনটোতে য়মনৰ চহৰৰ অদনক ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কম্পনীয়ে নিজৰ অধীনলৈ আনে ৷

১৯১০ চনৰ আজিৰ দিনটোতে বোলবিয়া তথা জাৰ্মানীৰ বাণিজ্যিক তথা বুজাবুজি চুক্তি সমাপ্ত হয় ৷

১৯২০ চনৰ আজিৰ দিনটোতে ফান্সত আলেকজেণ্ডাৰ মিলৰেণ্ডে চৰকাৰ গঠন কৰে ৷

১৬৪৯ চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ ৰজা চালৰ্ছ প্ৰথমৰ বিৰুদ্ধে মোকদৰ্মা আৰম্ভ হয় ৷

১৭৯৫ চনৰ আজিৰ দিনটোতে ফান্সীছ সেনাই হলেণ্ডক আক্ৰমণ কৰিছিল ৷

১৮৩৯ চনৰ আজিৰ দিনটোতে য়মনৰ চহৰৰ অদনক ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কম্পনীয়ে নিজৰ অধীনলৈ আনে ৷

১৯১০ চনৰ আজিৰ দিনটোতে বোলবিয়া তথা জাৰ্মানীৰ বাণিজ্যিক তথা বুজাবুজি চুক্তি সমাপ্ত হয় ৷

১৯২০ চনৰ আজিৰ দিনটোতে ফান্সত আলেকজেণ্ডাৰ মিলৰেণ্ডে চৰকাৰ গঠন কৰে ৷

১৯২৭ চনৰ আজিৰ দিনটোতে ব্ৰিটেইনে নিজৰ সেনা বাহিনীক চীনলৈ প্ৰেৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ৷

১৯৪১ চনৰ আজিৰ দিনটোতে আফ্ৰিকাৰ দেশ চুডানৰ কছলফত ব্ৰিটেইনৰ সেনাই নিজৰ অধীন কৰে ৷

১৯৪২ চনৰ আজিৰ দিনটোতে দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত জাপানে বৰ্মাক নিজৰ অধীনলৈ আনে ৷

১৯৬০ চনৰ আজিৰ দিনটোতে জাপান আৰু আমেৰিকাৰ মাজত সুৰক্ষা সম্পৰ্কীয় চুক্তি হয় ।

১৯৬৬ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰয়াত প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৰ একমাত্ৰ জীয়ৰী ইণ্ডিৰা গান্ধী তৃতীয় বাৰৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী হয় ৷

১৯৭৫ চনৰ আজিৰ দিনটোতে হিমাচল প্ৰদেশত বিধ্বংসী ভূমিকম্প হয়।

১৯৭৭ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ মিআমী চহৰত প্ৰথমবাৰৰ কাৰণে বৰফ পৰে ৷

১৯৮৬ চনৰ আজিৰ দিনটোতে প্ৰথম কম্পিউটাৰ ভাইৰাচ "চী ব্ৰেন"ক সক্ৰিয় কৰে।

২০১৩ চনৰ আজিৰ দিনটোতে স্কটলেণ্ডৰ গ্লেন কোৱেত হিমস্খলন হৈ চাৰিজন পৰ্বতাৰোহী মৃত্যু হয় ।

১৭৩৬ চনৰ আজিৰ দিনটোতে "স্কটিছ"ৰ আৱিস্কাৰক জেমছ ৱাটৰ জন্ম হৈছিল ৷

১৮০৯ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ লেখক এডগাৰ এলেন পো’ৰ জন্ম হৈছিল ৷

১৮৯৮ চনৰ আজিৰ দিনটোতে মৰাঠী ভাষাৰ সুপ্ৰসিদ্ধ সাহিত্যকাৰ বিষ্ণু সখাৰাম খাণ্ডেকাৰ ৰ জন্ম হৈছিল।

১৯০৫ চনৰ আজিৰ দিনটোতে শান্তিনিকেতন আৰু ব্ৰাহ্মসমাজৰ স্থাপন কৰা দেৱেন্দ্ৰনাথ বাবুৰ জন্ম হৈছিল ৷

১৯১৯ চনৰ আজিৰ দিনটোতে ছবি জগতৰ প্ৰসিদ্ধ উৰ্দূ পংক্তি লেখক কেফী আজমীৰ জন্ম হৈছিল ৷

১৯২০ চনৰ আজিৰ দিনটোতে সংযুক্ত ৰাষ্ট্ৰ সংঘৰ পঞ্চম মহাসচিব জেবিয়াৰ পেৰিজ ডী কুইয়াৰৰ জন্ম হৈছিল ৷

১৯৩৫ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ অভিনেত্ৰী সুমিত্ৰা চেৰ্টাজীৰ জন্ম হৈছিল ৷

১৫৯৭ চনৰ আজিৰ দিনটোতে মেৱাৰৰ ৰাজপুত শেৰ মহাৰাণা প্ৰতাপৰ মৃত্যু হৈছিল ৷

১৯০৫ চনত ন’বেল পুৰস্কাৰ বিজেতা ৰবীন্দ্ৰনাথ ঠাকুৰৰ পিতৃ আৰু ভাৰতীয় চিন্তক,বিচাৰক দেৱেন্দ্ৰ নাথ ঠাকুৰৰ দেহাৱসান ঘটে।

১৯৯০ চনৰ আজিৰ দিনটোতে ভাৰতীয় বিচাৰক আৰু ধৰ্মগুৰু আচাৰ্য ৰাজনীশৰ মৃত্যু হয় ৷

১৯৯৫ চনৰ আজিৰ দিনটোতে হিন্দী সাহিত্যকাৰ উপেন্দ্ৰনাথ অশকৰ মৃত্যু হৈছিল ৷

২০১০ চনৰ আজিৰ দিনটোতে কন্নড় ছবিৰ প্ৰসিদ্ধ অভানেতা কে এছ অশবাথৰ মৃত্যু হৈছিল ৷

২০১২ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ সংগীতকাৰ তথা ভাৰতীয় আৰু পশ্চিমীয়া সংগীতৰ ওস্তাদ এন্থনী গোঞ্জালিসৰ মৃত্যু হয় ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com