অসম আৰক্ষীৰ ব্যাপক সাল-সলনি

অসম আৰক্ষীৰ ব্যাপক সাল-সলনি

অসম আৰক্ষীৰ সাল-সলনি| DSP (B) নন্দন শৰ্মাক কামৰূপৰ পৰা বদলি|2nd APTF Bnৰ কমাণ্ডেণ্ট ৰূপে বদলি শৰ্মাক|

DSP (B)ছাদেৰ আলীক বদলি, তেজপুৰলৈ DSP (B) ৰূপে বদলি আলীক|

কৰিমগঞ্জৰ DSP হৰেন চন্দ্ৰ দাসক বদলি,DSP (B) ৰূপে লখিমপুৰলৈ বদলি দাসক |

DSP (HQ) ৰশ্মিৰেখা শৰ্মাক বদলি, শোণিতপুৰৰ DSP (HQ) ৰূপে বদলি শৰ্মাক|

DSP (HQ) মৃণ্ময় গোস্বামীক বদলি,ACP (Traffic-II) ৰূপে বদলি মৃণ্ময় গোস্বামীক|

APS অঞ্জলি গগৈক বদলি, গুৱাহাটীৰ DSP (B) ৰূপে বদলি গগৈক| 4th APBnৰ সহঃ কমাণ্ডেণ্ট আছিল গগৈ|

4th APBnৰ সহঃ কমাণ্ডেণ্ট অসীম দে’কো বদলি, মান্দাকাটাৰ DSP ৰূপে বদলি অসীম দে’ক|

7th APBnৰ সহঃ কমাণ্ডেণ্ট ৰঞ্জিত বৰ্মনক বদলি, গোৱালপাৰাৰ 1st APTF Bnলৈ বদলি বৰ্মনক|

10th APBnৰ সহঃ কমাণ্ডেণ্ট বৈকুণ্ঠ কলিতাক বদলি, 9th APBnৰ সহঃ কমাণ্ডেণ্ট ৰূপে বদলি কলিতাক|

12th APBnৰ সহঃ কমাণ্ডেণ্ট পুনেশ্বৰ দলেক বদলি, 22nd AP(IR) Bnৰ DSP ৰূপে বদলি দলেক|

14th APBnৰ সহঃ কমাণ্ডেণ্ট পৰিতোষ বেনাৰ্জীক বদলি ,19th AP(IR) Bnৰ DSP ৰূপে বদলি বেনাৰ্জীক, ধলা-শদিয়া দলঙৰ সুৰক্ষা নিৰীক্ষণৰো দায়িত্ব|

14th APBnৰ সহঃ কমাণ্ডেণ্ট আব্দুছ ছামাদক বদলি, 26th AP(IR) Bnৰ DSP ৰূপে বদলি ছামাদক|

14th APBnৰ সহঃ কমাণ্ডেণ্ট ছিদ্দিক আলীক বদলি, 26th AP(IR) Bnৰ DSP ৰূপে বদলি আলীক|

16th AP(IR) Bnৰ DSP অৰ্চনা দে’ক বদলি, 14th APBnৰ সহঃ কমাণ্ডেণ্ট ৰূপে বদলি দে’ক|

16th AP(IR) Bnৰ DSP জ্যোতিপ্ৰসাদ দাসক বদলি, 22nd AP(IR) Bnৰ DSP ৰূপে বদলি দাসক|

21st AP(IR) Bnৰ DSP শ্যামাপ্ৰসাদ চক্ৰৱৰ্তীক বদলি, 15th AP(IR) Bnৰ DSP ৰূপে বদলি চক্ৰৱৰ্তীক|

22nd AP(IR) Bnৰ DSP অশ্বিনী কুমাৰ সিংহক বদলি, 15th AP(IR) Bnৰ DSP ৰূপে বদলি সিংহক|

24th AP(IR) Bnৰ DSP ছামচুল আলম আহমেদক বদলি ,7th APBnৰ সহ কমাণ্ডেণ্ট ৰূপে বদলি|

24th AP(IR) Bnৰ DSP শিৱ কুমাৰ ৰয়ক বদলি, 8th APBnৰ সহঃ কমাণ্ডেণ্ট ৰূপে বদলি ৰয়ক|

3rd APTF Bnৰ সহঃ কমাণ্ডেণ্ট ভূপাল চহৰীয়াক বদলি, 4th APTF Bnৰ সহঃ কমাণ্ডেণ্ট ৰূপে বদলি|

3rd APTF Bnৰ সহঃ কমাণ্ডেণ্ট হেম চন্দ্ৰ নাথক বদলি, BTC দেৰগাঁৱৰ সহঃ কমাণ্ডেণ্ট ৰূপে বদলি নাথক|

মহিলা আৰক্ষীৰ ,ACP মৌচুমী কলিতাক বদলি, 9th APBnৰ সহঃ কমাণ্ডেণ্ট ৰূপে বদলি|

3rd APBnৰ সহঃ কমাণ্ডেণ্ট পুতুল দত্তক বদলি, 23rd AP(IR) Bnৰ DSP ৰূপে বদলি দত্তক|

3rd APBnৰ সহঃ কমাণ্ডেণ্ট সোমেশ্বৰ কোঁৱৰক বদলি, 23rd AP(IR) Bnৰ DSP ৰূপে বদলি|

6th APBnৰ সহঃ কমাণ্ডেণ্ট ব্ৰজধন সিংহক বদলি, 21st AP(IR) Bnৰ DSP ৰূপে বদলি|

9th APBnৰ সহঃ কমাণ্ডেণ্ট দিলীপ কলিতাক বদলি, 12th APBnৰ সহঃ কমাণ্ডেণ্ট ৰূপে বদলি|

9th APBnৰ সহঃ কমাণ্ডেণ্ট খাইৰুল বাছাৰ আহমেদক বদলি, 2nd APTF Bnৰ সহঃ কমাণ্ডেণ্ট ৰূপে বদলি|

10th APBnৰ সহঃ কমাণ্ডেণ্ট মলং আওক বদলি, CDO Bn, মান্দাকাটাৰ DSP ৰূপে বদলি|

13th APBnৰ সহঃ কমাণ্ডেণ্ট প্ৰদীপ হাজৰিকাক বদলি , 22nd AP(IR) Bnৰ DSP ৰূপে বদলি হাজৰিকাক|

13th APBnৰ সহঃ কমাণ্ডেণ্ট সত্যনাথ বৰাক বদলি ,22nd AP(IR) Bnৰ DSP ৰূপে বদলি বৰাক|

19th AP(IR) Bnৰ DSP মহেন্দ্ৰ খনিকৰক বদলি , 25th AP (ONGC) Bnৰ DSP ৰূপে বদলি খনিকৰক|

1st APTF Bnৰ সহঃ কমাণ্ডেণ্ট নিৰঞ্জন বসুমতাৰীক বদলি, 24th AP(IR) Bnৰ DSP ৰূপে বদলি বসুমতাৰীক| সোণাপুৰৰ ACP দীপজ্যোতি তালুকদাৰক বদলি, কাৰ্বি আংলঙৰ DSP ৰূপে বদলি তালুকদাৰক|

CDO Bnৰ DSP প্ৰফুল্ল সোণোৱালক বদলি, 25th AP (ONGC) Bnৰ DSP ৰূপে বদলি সোণোৱালক|

CDO Bnৰ DSP ৰোণা নেওগক বদলি, লখিমপুৰৰ DSP ৰূপে বদলি ৰোণা নেওগক|

পশ্চিম কাৰ্বি আংলঙৰ DSP জ্যোতি প্ৰসাদ পেগুক বদলি, ACP (Cyber Unit) ৰূপে বদলি জ্যোতি প্ৰসাদ পেগুক|

DSP (DSB) লুইত তালুকদাৰক বদলি, DSP ৰূপে বদলি লুইত তালুকদাৰক|

DSP (B) আবতানী দলেক সোণাপুৰলৈ বদলি, ACP ৰূপে বদলি আবতানী দলেক |

DSP (B) অনিতা হাজৰিকাক বদলি, দৰঙৰ DSP (B) ৰূপে বদলি হাজৰিকাক|

DSP (HQ) স্বপন কুমাৰ শীলক বদলি, DSP (DSB) ৰূপে বদলি স্বপন কুমাৰ শীলক|

DSP (HQ) প্ৰকাশ মেধিক বদলি ,SDPO ৰূপে বদলি প্ৰকাশ মেধিক|

DSP (HQ) পুনমজিত নাথক বদলি, DSP (HQ) ৰূপে বদলি পুনমজিত নাথক|

DSP (SB) পল্লৱী মজুমদাৰক বদলি, মাজুলীৰ DSP (HQ) ৰূপে বদলি মজুমদাৰক|

DSP (DSB) ছফিকুল হুছেইনক বদলি ,SDPO ৰূপে বদলি ছফিকুল হুছেইনক|

DSP (B) জে ডি গোস্বামীক বদলি, কামৰূপৰ DSP (B) ৰূপে বদলি গোস্বামীক|

ACP (Traffic-II) পুষ্কল গগৈক বদলি| শালবাৰীৰ SDPO বুবুল চন্দ্ৰ নাথক বদলি|

কোকৰাঝাৰৰ DSP(DS‍B)ৰূপে বদলি নাথক|

কাৰ্বি আংলঙৰ DSP নিংখোদেই ছিংছনক বদলি ,তিতাবৰৰ 3rd APBnৰ সহঃ কমাণ্ডেণ্ট ৰূপে বদলি|

গুৱাহাটীৰ চাইবাৰ ইউনিটৰ ACP নৱমিতা দাসক বদলি, কৰিমগঞ্জৰ DSP(DSB) ৰূপে বদলি দাসক|

বিজনীৰ SDPO ধ্ৰুৱজ্যোতি নাথক বদলি, নলবাৰীৰ DSP(B) ৰূপে বদলি নাথক|

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com