আৰ্জেন্টিনাৰ সন্মুখত আফ্ৰিকাৰ শক্তি নাইজেৰিয়া

আৰ্জেন্টিনাৰ সন্মুখত আফ্ৰিকাৰ শক্তি নাইজেৰিয়া

বিশ্বফুটবলৰ ছুপাৰষ্টাৰ লিয়নেল মেছিৰ দল আৰ্জেন্টিনা আজি নিশা গ্ৰুপ ডি'ৰ এখন খেলত আফ্ৰিকাৰ শক্তি নাইজেৰিয়াৰ মুখামুখি হব।আজি জয়ৰ বাহিৰে বেলেগ কথা ভবা নাই মেছিয়ে নহলে বিদায় নিশ্চিত আৰ্জেন্টিনাৰ।আজি মেছি স্বমহিমাৰে উজ্বলি উঠি দলক নকআউটত প্ৰৱেশ কৰাব বুলি আশা কৰিছে তেঁওৰ কোটি কোটি সমৰ্থকে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com