ইউট্ৰেক্টৰ ট্ৰামত গুলীচালনাৰ ঘটনা: ১ নিহত, বহুতো আহত

ইউট্ৰেক্টৰ ট্ৰামত গুলীচালনাৰ ঘটনা: ১ নিহত, বহুতো আহত

ইউট্ৰেক্টৰ ডাট্চ চহৰৰ ট্ৰামত সন্ত্ৰাসবাদীৰ নিৰ্বিচাৰ গুলীচালনা ঘটনা সংঘটিত হৈছে । গুলীচালনাৰ ঘটনাত এজন লোক নিহত হোৱাৰ লগতে বহুতো লোক আহত হৈছে । গুলীচালনা ঘটনাৰ সংঘটিত হোৱাৰ পাছত লোক সকলে পথৰ ট্ৰেকৰ মাজত জীৱন ৰক্ষাৰ বাবে পৰি দিয়ে| ডাট্চ আৰক্ষীয়ে জনোৱা মতে, তেওঁলোকে বৰ্তমান সন্ত্ৰাসবাদীৰ এই আক্ৰমণৰ পাছত কি লক্ষ্য আছিল সেই সম্পৰ্কে অনুসন্ধান চলাই আছে । ঘটনাটো সংঘটিত হোৱাৰ পাছত সমগ্ৰ অঞ্চলটোত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে বুলি ইউট্ৰেক্টৰ আৰক্ষীয়ে জনাইছে । ঘটনাটো সংঘটিত হোৱাৰ পাছতে কেইবাখনো হেলিকপ্টাৰৰ যোগেদি আহত লোক সকলক উদ্ধাৰ কৰে ।

অধিক খবৰৰ বাবে পঢ়ক :ব্ৰেকিং নিউজ

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com