ইনষ্টাগ্ৰামৰ ২ মিলিয়ন অনুৰাগীলৈ ধন্যবাদ বলীউডৰ অভিনেত্ৰী কেটৰীনা কাইফৰ

ইনষ্টাগ্ৰামৰ ২ মিলিয়ন অনুৰাগীলৈ ধন্যবাদ বলীউডৰ অভিনেত্ৰী কেটৰীনা কাইফৰ

বলীউডৰ অভিনেত্ৰী কেটৰীনা কাইফে (katrina kaif) ইনষ্টাগ্ৰামৰ ২০ মিলিয়ন অনুৰাগীলৈ ধন্যবাদ জ্ঞাপন কৰে ৷ আৰু অনুৰাগীসকলক এটি ভিডিঅ’ৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰে অভিনেত্ৰী কেটৰীনা কাইফে। ভিডিঅ’টিত কেটেৰীনা কাইফক বহুত সুন্দৰ লাগিছে।

https://www.instagram.com/p/Bv315TbAh_x/

ইফালে সম্প্ৰতি বলীউডৰ অভিনেত্ৰী কেটৰীনাই বন্ধু বান্ধৱীৰ সৈতে আছে মালদ্বীপত ৷ আৰু মালদ্বীপৰ প্ৰত্যেকটো মুহুৰ্তৰ ফটো কেটেৰীনা কাইফে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে ৷ কিছুদিন পূৰ্বে কেটেৰীনাই সাগৰৰ মাজৰ পৰা এখন আলোকচিত্ৰ শ্বেয়াৰ কৰিছিল ৷

https://www.instagram.com/p/Bv4S1trAQb6/

অন্যহাতে ছলমান খান আৰু কেটেৰীনা কাইফৰ চৰ্চিত ছবি ভাৰতৰ দৃশ্যগ্ৰহণৰ অন্তত এখন ফ’টো শ্বেয়াৰ কৰিছিল ইনষ্টাগ্ৰামত। ভাৰত ছবিখনৰ এটি অংশ কৰাৰ কাৰণে ছলমান খানক ধন্যবাদ জ্ঞাপন কৰে কেটেৰীনা কাইফে৷

https://www.instagram.com/p/BunbewGgZee/

ভাৰত ছবিখন চাউথ কোৰিয়ান ছবিৰ আধাৰিত ৷ভাৰত ছবিত ছলমান খান,কেটেৰীনা কাইফৰ উপৰিও অভিনয় কৰিছে টাবু,নোৰা ফতেহী, দিশা পাটানী আৰু সুনীল গ্ৰোবৰ আদি ৷ চলিত বৰ্ষতে মুক্তি পাব ভাৰত ছবিখন ৷

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com