চলিত মাহতে ৰুবিনা দিলেক আৰু অভিনৱ শুক্লা বিবাহ পাশত আৱদ্ধ হব

চলিত মাহতে ৰুবিনা দিলেক  আৰু অভিনৱ শুক্লা বিবাহ পাশত আৱদ্ধ হব

ৰুবিনা আৰু অভিনৱে বিবাহ পাশত আৱদ্ধ হব চলিত মাহৰ ২১জুনত।চিমলাত নিজৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে বিবাহ কাৰ্যসূচী সম্পূৰ্ণ হব।বিয়াৰ অভ্যাৰ্থনা অনুষ্ঠান মুম্বাইত আয়োজন কৰা হ'ব।বাকী থকা বিয়াৰ অন্যান্য নিয়ম সমূহ অভিনৱৰ ঘৰ লুধিয়ানাত পতা হব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com