কংগ্ৰেছে প্ৰকাশ কৰিলে তৃতীয় পৰ্যায় নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা: গুৱাহাটীত ববিতা শৰ্মাক প্ৰাৰ্থীত্ব

কংগ্ৰেছে প্ৰকাশ কৰিলে তৃতীয় পৰ্যায় নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা: গুৱাহাটীত ববিতা শৰ্মাক প্ৰাৰ্থীত্ব

বহু আলোচনা আৰু বৈঠকৰ পাছত আজি সৰ্ব ভাৰতীয় কংগ্ৰেছে কমিটিয়ে আজি লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায় নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে । অসমৰ ৪ টা সমষ্টিৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে।

২৩ এপ্ৰিলত অনুষ্ঠিত হব লগা তৃতীয় পৰ্যায় নিৰ্বাচনৰ বাবে নামনি অসমৰ ৪ টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে সৰ্ব ভাৰতীয় কংগ্ৰেছ কমিটিয়ে । ২৩ এপ্ৰিলত অনুষ্ঠিত হব লগা তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে।

গুৱাহাটীত ববিতা শৰ্মাক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে । আনহাতে বৰপেটাৰ পৰা আব্দুল খালেক, ধুবুৰীৰ পৰা আবু তাহেৰ বেপাৰী আৰু কোকৰাঝাৰৰ পৰা শব্দ ৰাম ৰাভাক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে ।

অধিক খবৰৰ বাবে পঢ়ক :ব্ৰেকিং নিউজ

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com