ছ’চিয়েল মিডিয়াত বিতৰ্কিত পোষ্ট দি গ্ৰেপ্তাৰ যুৱক

ছ’চিয়েল মিডিয়াত বিতৰ্কিত পোষ্ট দি গ্ৰেপ্তাৰ যুৱক

পাকিস্তানৰ সমৰ্থনত বিতৰ্কিত পোষ্ট দি গ্ৰেপ্তাৰ হ’ল এজন যুৱক ৷ অভয়াপুৰী আৰক্ষীয়ে মংগলবাৰে ৰৌমাৰী অঞ্চলৰ পৰা ৰাহুল নামৰ এজন যুৱকক ছ’চিয়েল মিডিয়াত পাকিস্তানৰ সমৰ্থনত পোষ্ট কৰাৰ কাৰণে গ্ৰেপ্তাৰ কৰে ৷

অভয়াপুৰীৰ এছডিপিঅ’ ৰুদ্ৰ কলিতাই কয় যে, এই সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰা হৈছে ৷ ছ’চিয়েল মিডিয়াত বিতৰ্কিত পোষ্ঠ দি সততে ৰঙা ঘৰৰ আলহী হোৱা এই সকলে যুৱকে কেতিয়া শিক্ষা ল’ব সেয়া হ’ব লক্ষ্যনীয় ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com